ETV Bharat / sitara

Shilpa Shirodkar tested Corona Positive : কৰ’ণাত আক্ৰান্ত অভিনেত্ৰী শিল্পা শিৰোদকাৰ - শিল্পা শিৰোদকাৰ এণ্টি ভেকছিন লাভ কৰা প্ৰথম ভাৰতীয়

বৃহস্পতিবাৰে অভিনেত্ৰী শিল্পা শিৰোদকাৰে সদৰী কৰে কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা (Shilpa shirodkar tested corona positive) ৷ হম আৰু খুদা সাক্ষীৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে ৷

Shilpa shirodkar tested corona positive
ক’ৰণাত আক্ৰান্ত অভিনেত্ৰী শিল্পা শিৰোদকাৰ
author img

By

Published : Dec 30, 2021, 2:00 PM IST

চিটাৰা ডেস্ক, 30 ডিচেম্বৰ : বলীউডৰ অভিনেত্ৰী শিল্পা শিৰোদকাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁ চাৰিদিন পূৰ্বে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা ধৰা পৰা বুলি সদৰী কৰে (Shilpa Shirodkar tested Corona Positive) ৷ শিল্পা শিৰোদকাৰ ক’ভিড-19 এণ্টি-ভেকচিন লাভ কৰা ভাৰতীয় চেলিব্ৰিটিসকলৰ ভিতৰত আছিল অন্যতম ৷

চলিত বছৰৰ জানুৱাৰী মাহত তেওঁ চীনৰ 'চাইন’ফৰ্ম' ভেকচিন গ্ৰহণ কৰিছিল ৷ সকলোৱে সুৰক্ষিত থকাৰ লগতে টীকাকৰণ লোৱা উচিত আৰু নিয়মবোৰ অনুসৰণ কৰা উচিত বুলি তেওঁ পোষ্টত লিখে ৷ ‘আপোনাৰ চৰকাৰে জানে আপোনাৰ বাবে কি ভাল’ এই মন্তব্য ৰাখে অভিনেত্ৰীগৰাকীয়ে ৷

ডুবাইত বাস কৰা শিল্পা শিৰোদকাৰে ভাৰতলৈ আহি কয় যে, আজিকালি মহাৰাষ্ট্ৰত ক’ভিড-19 বৃদ্ধি পাবলৈ ধৰিছে ৷ মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, বুধবাৰে ৰাজ্যখনত 3,900 টা ক’ভিড-19 ৰ ঘটনা পোহৰলৈ আহিছিল ৷ যাৰ ভিতৰত 85 জন লোক অ’মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হৈছিল ৷

লগতে পঢ়ক: Bridge will hit the theatre on 4th February : চাৰি ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ব্ৰিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.