ETV Bharat / sitara

Shanaya Kapoor Debut film: ৰূপালী পৰ্দালৈ অতি শীঘ্ৰেই সঞ্জয় কাপুৰৰ তনয়া শ্বানায়া কাপুৰ

ষ্টাৰ কিড্ছক বলীউডত আত্মপ্ৰকাশৰ সুযোগ দিয়া কৰণ জোহৰে বৃহস্পতিবাৰে মুকলি কৰিলে তেওঁৰ নতুন ছবিৰ পোষ্টাৰ ৷ এইখন ছবিৰে জোহৰে তিনিখনকৈ নতুন মুখ দৰ্শকৰ মাজলৈ আনিব ৷ ছবিখনেৰে বলীউডত আত্মপ্ৰকাশ কৰিব অভিনেতা সঞ্জয় কাপুৰৰ জীয়ৰী শ্বানায়াই (Shanaya Kapoor bollywood entry) ৷

author img

By

Published : Mar 3, 2022, 5:11 PM IST

Bedhdak
বেধড়ক নামেৰে আহি আছে কৰণ জোহৰৰ নতুন চিনেমা

চিটাৰা ডেস্ক, 3 মাৰ্চ: বেধড়ক নামেৰে আহি আছে কৰণ জোহৰৰ নতুন চিনেমা ৷ এই ছবিখনেৰে নিজৰ অভিনয় জীৱনৰ পাতনি মেলিব শ্বানায়া কাপুৰে (Sanjay Kapoor daughter Shanaya) ৷ অনিল কাপুৰৰ কনিষ্ঠ ভাতৃ সঞ্জয় কাপুৰৰ কন্যা শ্বানায়া কাপুৰ (shanaya kapoor anil kapoor relation) ৷

Bedhdak
ৰূপালী পৰ্দালৈ অতি শীঘ্ৰেই সঞ্জয় কাপুৰৰ তনয়া শ্বানায়া কাপুৰ

কৰণ জোহৰে বেধড়ক শীৰ্ষক ছবিখনৰ কেইবাখনো পোষ্টাৰ ইতিমধ্যে শ্বেয়াৰ কৰিছে ৷ এই ছবিখনেৰে তিনিজন নতুন অভিনেতাই একেলগে বলীউডত আত্মপ্ৰকাশ কৰিব ৷ লক্ষ্য, শ্বানায়া আৰু গুৰফাতেহ সিং পীৰজাদাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷

Bedhdak
তিনিখনকৈ নতুন মুখ দৰ্শকৰ মাজলৈ

শ্বানায়া কাপুৰৰ এখন ফটো শ্বেয়াৰ কৰি জোহৰে লিখিছে যে তেওঁৰ শক্তিশালী অভিনয় চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে কৰণ (Karan johar launch shanaya) ৷

Bedhdak
তিনিখনকৈ নতুন মুখ দৰ্শকৰ মাজলৈ

শ্বানায়া কাপুৰে ইয়াৰ পূৰ্বতে সহকাৰী নিৰ্দেশক হিচাপে কাম কৰিছে ৷ ভগ্নী জাহ্নৱী কাপুৰৰ ছবি গুঞ্জন সক্সেনা: দ্যা কাৰ্গিল গাৰ্ল ত সহকাৰী নিৰ্দেশকৰ কাম কৰি আহিছে শ্বানায়াই ৷

Bedhdak
তিনিখনকৈ নতুন মুখ দৰ্শকৰ মাজলৈ

ধৰ্মা প্ৰডাকচনৰ বেনাৰত মুক্তি পাবলগীয় ছবিখন শংশাক খৈতানে নিৰ্দেশনা কৰিছে ৷ হিৰু য়শ জোহৰ, কৰণ জোহৰ অপূৰ্ব মেহতা আৰু শংশাক খৈতানে একেলগে পৰিচালনা কৰিছে ছবিখন ৷

লগতে পঢ়ক: Radhika Madan new movie : ৰাধিকা মদনৰ হাতত নতুন ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.