ETV Bharat / sitara

পুত্ৰ আৰিয়ানক কাৰাগাৰত সাক্ষাৎ শ্বাহৰুখ খানৰ

বৃহস্পতিবাৰে আৰ্থাৰ কাৰাগাৰ(Arthur Jail)ত উপস্থিত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান(Shah Rukh Khan) ৷ ক্ৰুজৰ জাহাজ ড্ৰাগছ(Drugs)ৰ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটি থকা পুত্ৰ আৰিয়ান খান(Aryan Khan)ক লগ ধৰিবলৈ কাৰাগাৰত উপস্থিত হয় অভিনেতাগৰাকী ৷

Shah Rukh Khan reaches Arthur Road Jail to meet son Aryan Khan
অৰ্থুৰ কাৰাগাৰত শ্বাহৰুখ খান
author img

By

Published : Oct 21, 2021, 2:08 PM IST

Updated : Oct 21, 2021, 2:25 PM IST

চিটাৰা ডেস্ক, 21 অক্টোবৰ : আৰ্থাৰ কাৰাগাৰ(Arthur Jail)ত কাৰাবাস খাটি থকা পুত্ৰ আৰিয়ান খান(Aryan Khan)ক লগ ধৰিবলৈ কাৰাগাৰত উপস্থিত হয় পিতৃ তথা চুপাৰষ্টাৰ শ্বাহৰুখ খান(Shah Rukh Khan) ৷ মুম্বাইৰ ক্ৰুজ জাহাজত ড্ৰাগছ পাৰ্টিত জড়িত থকাৰ অভিযোগত 3 অক্টোবৰত দুই সহযোগীৰ সৈতে আটক হৈছিল শ্বাহৰুখ তনয় ৷

Shah Rukh Khan reaches Arthur Road Jail to meet son Aryan Khan
আৰ্থাৰ কাৰাগাৰত শ্বাহৰুখ খান

ইফালে বুধবাৰে NDPS ৰ এখন বিশেষ আদালতে তিনিওজন আটকাধীন আৰিয়ান খান, আৰবাজ মাৰ্শ্বেণ্ট আৰু মুনমুন ধামেচাৰ জামিন আবেদন নাকচ কৰে ৷ ইয়াৰ পাচতে আৰিয়ান খানে তেওঁৰ জামিন প্ৰত্যাখ্যানৰ ওপৰত NDPS আদালতৰ আদেশৰ বিৰোধিতা কৰি বোম্বে উচ্চ ন্যায়ালয়(Bombay High Court)ত জামিনৰ আবেদন দাখিল কৰে ।

ন্যায়াধীশ ভি ভি পাটিলে আৰিয়ান আৰু তেওঁৰ সহযোগীৰ জামিন আবেদন নাকচ কৰে, যাক নাৰ্ক’টিক্স ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক চাবষ্টেন্স (NDPS) আইনৰ সৈতে সম্পৰ্কিত গোচৰৰ শুনানিৰ বাবে মনোনীত কৰা হৈছিল । জামিন আবেদনৰ শুনানিৰ পূৰ্বে এন চি বি(NCB)য়ে এগৰাকী নৱাগতা অভিনেত্ৰীৰ সৈতে হোৱা আৰিয়ান খানৰ হোৱাটছ এপ বাৰ্তা আদালতত দাখিল কৰে ৷

ইফালে পুত্ৰক কাৰাগাৰৰ পৰা লগ ধৰি অহাৰ পাচতে শ্বাহৰুখৰ বাসগৃহত উপস্থিত হয় এন চি বিৰ এটা দল ৷ শ্বাহৰুখক সোধ-পোচ আৰু তেওঁৰ বাসগৃহ মন্নতত তালাচী চলোৱাৰ বাবে উপস্থিত হৈছে দলটো ৷

শ্বাহৰুখ খানৰ বাসগৃহত এন চি বি

লগতে পঢ়ক : আৰিয়ান খান আৰু দুই সহযোগীৰ জামিন আবেদন নাকচ

Last Updated : Oct 21, 2021, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.