ETV Bharat / sitara

Shabana Azmi tests COVID positive : ক’ভিড-19 ত আক্ৰান্ত শ্বাবানা আজমী

ভেটেৰান ষ্টাৰ শ্বাবানা আজমীয়ে নিজৰ ইন্ষ্টাগ্ৰামত পোষ্ট কৰিলে ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা ৷ অনুৰাগীৰ সৈতে খবৰটো শ্বেয়াৰ কৰাৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে তাৰকাগৰাকীয়ে ৷

ক’ভিড-19 ত আক্ৰান্ত শ্বাবানা আজমী
author img

By

Published : Feb 1, 2022, 1:26 PM IST

চিটাৰা ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী : ক’ভিড-19 ত আক্ৰান্ত হ’ল হিন্দী চিনেমা জগতৰ অন্যতম অভিনেত্ৰী শ্বাবানা আজমী (Corona Positive Shabana Azmi) ৷ উল্লেখ্য যে, ছবিৰ লগতে হিন্দী ধাৰাবাহিক তথা থিয়েটাৰ জগততো বিশেষ পৰিচয় আছে শ্বাবানা আজমীৰ ৷

সোমবাৰে অভিনেত্ৰী গৰাকীয়ে নিজৰ ইন্ষ্টাগ্ৰামত ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰে ৷ খবৰটো বিয়পি পৰাৰ লগে লগে চিনে জগতৰ বহুতেই তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰি তেওঁলৈ বাৰ্তা পঠিয়াই ৷ অভিনেত্ৰী দিব্যা দত্তৰ পৰা আৰম্ভ কৰি ডিজানাৰ মনীষ মলহোত্ৰালৈকে সকলোৱে শ্বাবানা আজমীৰ সুস্বাস্থ্য কামনা কৰে ৷

বৰ্তমানে হোম আইচ’লেচনত আছে অভিনেত্ৰী গৰাকী ৷

লগতে পঢ়ক: Nawazuddin in Woman Attire: মহিলাৰ সাজ পিন্ধি ক’ত নাচিলে নৱাজুদ্দিন ছিদ্দিকীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.