ETV Bharat / sitara

COVID-19 টুইষ্টৰ সৈতে ঈদৰ শুভকামনা জনালে চুপাৰষ্টাৰ চলমান খানে

author img

By

Published : Aug 1, 2020, 6:26 PM IST

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহা উপলক্ষে শুভকামনা জনালে জনপ্ৰিয় তাৰকা চলমান খানে ৷ ইনষ্টাগ্ৰামযোগে এখন বিশেষ ফটোৰ জৰিয়তে ঈদৰ শুভকামনা জনালে অভিনেতাগৰাকীয়ে ৷

Salman Khan wishes fans 'Eid Mubarak' with COVID-19 twist
ঈদৰ শুভকামনা জনালে চুপাৰষ্টাৰ চলমান খানে

চিটাৰা ডেস্ক,1 আগষ্টঃ বলীউড চুপাৰষ্টাৰ চলমান খানে নিজৰ অনুৰাগীসকলক ঈদ-উজ-জোহাৰ শুভকামনা জ্ঞাপন কৰে ৷ তেওঁ ইনষ্টাগ্ৰামযোগে এখন বিশেষ ফটো প্ৰকাশ কৰে ঈদ উপলক্ষে ৷

COVID-19 প্ৰতিবন্ধকতাৰ মাজতে ঈদ উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ শেহতীয়াকৈ অভিনেতা গৰাকীয়ে শ্বেয়াৰ কৰা ফটোখনত তেওঁ নাক-মুখ ঢকাকৈ মুখত এখন স্কাৰ্ফ মাৰি থকা পৰিলক্ষিত হৈছে ৷ ফটোখনৰ কেপচনত তেওঁ সকলোকে ঈদৰ শুভকামনা জ্ঞাপন কৰে ৷

অভিনেতা গৰাকীৰ কামৰ কথালৈ চালে,চলমান খানক আগন্তুক সময়ত দেখিবলৈ পোৱা যাব ৰাধে নামৰ ছবিখনত ৷ ৰাধেত ছলমান খানৰ সৈতে মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী দিশা পাটানীক ৷ ছবিখন ঈদত মুক্তি লাভ কৰাৰ কথা আছিল যদিও বিশ্বজুৰি সৃষ্টি হোৱা কৰ'ণা ত্ৰাসৰ বাবে এয়া সম্ভৱ হৈ নুঠিল ৷

লগতে চাওকঃঅভিনেত্ৰী তাপসী পান্নুৰ জন্মদিন বিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.