ETV Bharat / sitara

চৈফ আলি খানক তুলাধুনা দৰ্শকৰ

বিগত সময়ছোৱাত নেপ'টিজম সন্দৰ্ভত মাত মাতি আহিছে বলীউডৰ বহু তাৰকাই ৷ শেহতীয়াকৈ এই সন্দৰ্ভত নিজৰ কথা ব্যক্ত কৰিছিল চৈফ আলি খানে ৷ তেওঁ কৈছিল যে, তেওঁ বলি হৈছিল নেপ'টিজমৰ ৷ তেওঁ এনেদৰে কোৱাৰ পিছতে মানুহে কথাৰে তুলাধুনা দিয়ে অভিনেতাগৰাকীক ৷

saif ali khan is trolled for comment on nepotism in film industry
চৈফ আলি খানে নেপ'টিজমৰ বলি হোৱা বুলি কোৱাৰ পিছতে দৰ্শকৰ তুলাধুনা
author img

By

Published : Jul 2, 2020, 9:54 PM IST

Updated : Jul 3, 2020, 12:59 PM IST

চিটাৰা ডেস্ক,2 জুলাইঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত খুবেই চৰ্চিত হৈ পৰিল বলীউডত চলি থকা নেপট'জিম ধাৰণাটো ৷ বহু লোকে ক্ষোভ উজাৰিলে নেপট'জিম ধাৰাটোৰ ওপৰত ৷ কেৱল সাধাৰণ লোকেই নহয়,বহু বলীউড তাৰকাই মুখ খুলিলে বলীউডৰ নেপ'টিজম সন্দৰ্ভত ৷ ইয়াৰ মাজতে অভিনেতা চৈফ আলি খানে ব্যক্ত কৰিছিল যে, অভিনেতাগৰাকীও বলি হৈছিল নেপ'টিজমৰ ৷ তেওঁ এনেদৰ কোৱাৰ পিছত জাঙুৰ খাই উঠিল একাংশ লোক ৷ ছ'চিয়েল মিডিয়াত একাংশই কথাৰে তুলাধুনা দিলে অভিনেতাগৰাকীক ৷

  • Don't troll Saif Ali Khan he is really a victim of nepotism

    Thread :

    Kya #SaifAliKhan ne bollywood mai struggle kiya hai?

    — NAMAN (@Pseudopanditt) July 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • After listening "Saif Ali Khan" ,s interview over nepotism 🤐🤐 pic.twitter.com/cIc2f5OORL

    — 🇮🇳 کریتی 🇮🇱🇷🇺🇳🇿🇨🇵🇹🇼🇨🇭 (@kriti__900096) July 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এগৰাকীয়ে ক'লে, "আৰু কিমান মিছা মাতিব,লাজ নাপায় নেকি ?"

যিহেতু সকলোৱে জানে যে,চৈফ আলি খান অভিনেত্ৰী শৰ্মিলা টেগ'ৰৰ পুত্ৰ ৷ তেনেস্থলত দৰ্শকে তেওঁৰ এই মন্তব্য একেবাৰে পচন্দ নকৰাৰ লগতে তেওঁক যথেষ্ট সমালোচনা কৰে ৷ এইখিনিতে জনাই থও কিছুদিন পূৰ্বেও মাস্ক পৰিধান নকৰাৰ বাবে সমালোচিত হৈছিল অভিনেতাগৰাকী ৷

  • Saif Ali Khan in a interview said even i have been the victim of nepotism .

    Kareena kapoor Khan : pic.twitter.com/YCkGRS7mn6

    — Sachin 🇮🇳 (@Sarcasmbro10) July 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ"বেল বুটাম"ত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিব বাণী কাপুৰে

Last Updated : Jul 3, 2020, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.