ETV Bharat / sitara

জন্মদিন উপলক্ষে ৰবীনা টেণ্ডনৰ KGF 2 ছবিৰ প্ৰথমটো লুক মুকলি

author img

By

Published : Oct 26, 2020, 2:07 PM IST

আজি বলিউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনৰ জন্মদিন ৷ জন্মদিনৰ দিনাই তেওঁৰ আহিবলগীয়া চুপাৰহিট এক্সন ছবি KGF 2ৰ প’ষ্টাৰ মুকলি ৷ Hombale Filmsৰ বেনাৰত নিৰ্মান হ’ব এই ছবিখন ৷

Raveena Tandon's character look from KGF 2 out on her birthday
জন্মদিন উপলক্ষে ৰবীনা টেণ্ডনৰ KGF 2 ছবিৰ প্ৰথমটো লুক মুকলি

চিটাৰা ডেস্ক, 26 অক্টোবৰ : বলিউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনৰ জন্মদিন উপলক্ষে সোমবাৰে চুপাৰহিট এক্সন ছবি KGF 2ৰ প’ষ্টাৰ মুকলি কৰে ছবিখনৰ নিৰ্মাতা-পৰিচালকে ৷

ছবিখনৰ নিৰ্মাতাই টুইটাৰযোগে 46 বৰ্ষীয় অভিনেত্ৰী ৰবীনা টেণ্ডনৰ প্ৰথমটো লুক শ্বেয়াৰ কৰি কয় যে,"THE Gavel to brutality!!! Wishing the powerhouse #RamikaSen, @TandonRaveena a very Happy Birthday. #KGFChapter2" ৷

প’ষ্টাৰখনত ৰবীনাই এখন ৰঙা শাৰী পৰিধান কৰি সংসদত থিয় হৈ থকা পৰিলক্ষিত হৈছে ৷ ছবিখনত ৰামিকা সেন নামৰ এটি চৰিত্ৰৰ ভুমিকা পালন কৰিব ৰবীনাই ৷ Hombale Filmsৰ বেনাৰত নিৰ্মান হ’ব ৰবীনা টেণ্ডনৰ এই পাৱাৰ হাউছ ছবিখন ৷ প্ৰশান্ত নীলে নিৰ্দেশনা কৰা ছবিখনত ৰবীনাৰ সৈতে দেখিবলৈ পাব সঞ্জয় দত্ত,য়শ আৰু শ্ৰীনিধি শেট্টীক ৷

লগতে পঢ়ক : অভিনয় মানেই ‘I me and myself’ নহয় : পংকজ ত্ৰিপাঠী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.