ETV Bharat / sitara

Radhe Shyam Promotions: প্ৰস্তুতি তুংগত ৰাধে শ্যামৰ প্ৰচাৰ অভিযানৰ

author img

By

Published : Feb 25, 2022, 5:00 PM IST

ৰাধে শ্যামৰ নিৰ্মাতাসকলে ছবিখনৰ মুখ্য চৰিত্ৰ প্ৰভাস আৰু পূজা হেগড়েৰ সৈতে আন কলা-কুশলীক লগত লৈ প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে (Radhe Shyam promotion plans) ৷ প্ৰচাৰৰ বাবে তেওঁলোকে বিশ্ব ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছে ৷ মুম্বাই, চেন্নাই, হায়দৰাবাদ, কোচি আৰু বাংগালোৰ আছে প্ৰচাৰ অভিযান তালিকাৰ শীৰ্ষত ৷

Radhe Shyam Promotions
প্ৰস্তুতি তুংগত ৰাধে শ্যামৰ প্ৰচাৰ অভিযানৰ

চিটাৰা ডেস্ক, 25 ফেব্ৰুৱাৰী: প্ৰভাস আৰু পূজা হেগড়ে অভিনীত ৰাধে শ্যামে শীঘ্ৰেই সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব ৷ বহু প্ৰতীক্ষিত ৰাধে শ্যাম শীৰ্ষক ছবিখন এটা মধুৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ৷ বৰ্তমান ছবিখনৰ লগত জড়িত সকলো ব্যস্ত হৈ পৰিছে ছবিখনৰ প্ৰচাৰ অভিযানক লৈ (Radhe Shyam promotion plans) ৷

প্ৰভাস, পূজা হেগড়ে, ৰাধা কৃষ্ণ কুমাৰ আৰু ছবিখনৰ জড়িত অন্যান্য সকলোৱে কৰিব বিশ্বব্যাপী ভ্ৰমণ (prabhas Pooja Radhe Shyam promotions) ৷ মুম্বাই, চেন্নাই, হায়দৰাবাদ, কোচি আৰু বাংগালোৰৰ পৰা প্ৰথমে আৰম্ভ হ’ব ছবিখনৰ প্ৰচাৰ অভিযান (Radhe Shyam Promotions) ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাধে শ্যাম 11 মাৰ্চত ছবিগৃহলৈ আহিব ৷ ক’ৰণা মহামাৰীৰ কাৰণে কেইবাবৰো পিছুওৱা হৈছে ছবিখনৰ মুক্তিৰ তাৰিখ ৷ ৰাধে শ্যামৰ টীমে সংবাদ মেলৰ জড়িয়তে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ অনুষ্ঠানৰো আয়োজন কৰিব ৷

বিক্ৰমাদিত্য আৰু প্ৰেৰণাৰ প্ৰেম কাহিনীয়েই হৈছে ৰাধে শ্যামৰ মূল বিষয়বস্তু ৷ প্ৰভাসে ৰূপায়ন কৰা চৰিত্ৰটো বিক্ৰমাদিত্য যিজন এজন হস্তৰেখাবিদ ৷ এই ছবিখনত বিগ বিয়ে কণ্ঠদান কৰিছে ৷ বলীউডৰ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে ছবিখনত প্ৰভাসৰ মাতৃৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷

লগতে পঢ়ক: প্ৰভাসৰ ৰাধে শ্যামত সূত্ৰধাৰৰ ভূমিকাত বিগ বি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.