ETV Bharat / sitara

ৰতন টাটাৰ আত্মজীৱনীত মুখ্য় চৰিত্ৰত অভিনয় নকৰে আৰ. মাধৱনে

author img

By

Published : Dec 14, 2020, 1:41 PM IST

উদ্যোগপতি ৰতন টাটাৰ আত্মজীৱনীত অভিনেতা আৰ. মাধৱনে ৰতন টাটাৰ ভুমিকা পালন কৰিব বুলি চৰ্চা লাভ কৰা বিষয়টোত স্পষ্টীকৰণ দিয়ে অভিনেতাগৰাকীয়ে ৷ তেওঁ এনেকুৱা প্ৰজেক্ট হাতত নোলোৱাৰ কথা উল্লেখ কৰে ৷

R Madhavan does not play lead in Ratan Tata's biopic
ৰতন টাটাৰ বায়’পিকত অভিনয় নকৰে আৰ. মাধৱনে

চিটাৰা ডেস্ক,14 ডিচেম্বৰ : উদ্যোগপতি ৰতন টাটাৰ জীৱনক লৈ নিৰ্মাণ হ’বলগীয়া আত্মজীৱনীত অভিনেতা আৰ. মাধৱনে ৰতন টাটাৰ চৰিত্ৰ ৰূপায়ন কৰাৰ কথা সম্প্ৰতি চ’ছিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে ৷

  • Hey unfortunately it’s not true. It was just a wish at some fans will made the poster. No such project is even on the pipeline or being discussed. https://t.co/z6dZfvOQmO

    — Ranganathan Madhavan (@ActorMadhavan) December 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰতন টাটা হিচাপে আৰ. মাধৱনৰ এক পোষ্টাৰে চ’ছিয়েল মিডিয়াত খলকনি তুলিছে ৷ এই সন্দৰ্ভত এগৰাকী অনুৰাগীয়ে টুইটযোগে কৰা প্ৰশ্নত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অভিনেতাগৰাকীয়ে ৷

আৰ. মাধৱনে এই চৰ্চিত বাতৰি সম্পূৰ্ণৰূপে মিছা বুলি কৈ তেওঁ এনেকুৱা প্ৰজেক্ট হাতত নোলোৱাৰ কথা উল্লেখ কৰে ৷ তেওঁৰ কিছু অনুৰাগীয়ে তেওঁলোকৰ ইচ্ছানুযায়ী এনেকুৱা প’ষ্টাৰ শ্বেয়াৰ কৰে আৰু এইটো সম্পূৰ্ণৰূপে এটা উৰাবাতৰি বুলি আৰ. মাধৱনে প্ৰত্যুত্তৰ দিয়ে ৷

লগতে পঢ়ক : ‘তেজাছ’ৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কংগনা ৰাণাৱটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.