ETV Bharat / sitara

দুৰ্বল শিশুক covid 19 ৰ পৰা বচাবৰ বাবে একত্ৰিত হৈছে প্ৰিয়ংকা চোপ্ৰা আৰু গ্ৰেটা থনবাৰ্গ

author img

By

Published : May 1, 2020, 7:05 PM IST

প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ টুইট যোগে জনাইছে ইন্টাৰনেশ্যনেল টীনেজ এক্টিভিষ্ট গ্ৰেটা থনবাৰ্গৰ সৈতে মিলি তেওঁ বিশ্বজুৰি এনেকুৱা শিশুৰ বাবে কাম কৰিব যি শিশু দুৰ্বল অৰ্থাৎ যি শিশুক কৰ'ণা ভাইৰাছে সোনকালে সংক্ৰমণ কৰিব পাৰে ৷

priyanka joins greta thunberg to save vulnerable children from covid 19
দুৰ্বল শিশুক covid 19 ৰ পৰা বচাবৰ বাবে একত্ৰিত হৈছে প্ৰিয়ংকা চোপ্ৰা আৰু গ্ৰেটা থনবাৰ্গ

চিটাৰা ডেস্ক,1 এপ্ৰিলঃ ভাৰতীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জ'নাচে চুইডিছ টীনেজ এক্টিভিষ্ট গ্ৰেটা থনবাৰ্গৰ সৈতে মিলি বিশ্বজুৰি এনেকুৱা শিশুৰ বাবে কাম কৰিব যি শিশু দুৰ্বল অৰ্থাৎ যি শিশুক কৰ'ণা ভাইৰাছে সোনকালে সংক্ৰমণ কৰিব পাৰে ৷

জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে টুইট যোগে লিখে যে, " বিশ্বজুৰি দুৰ্বল শিশুৰ ওপৰত Covid-19ৰ প্ৰভাৱ দেখি হৃদয় ভাগি গৈছে ৷ এতিয়া তেওঁলোকে খাদ্যৰ অভাৱ, দুৰ্বল স্বাস্থ্যসেৱা ব্যৱস্থা , হিংসা আৰু শিক্ষাৰ অভাৱৰ সৈতেও যুঁজিব লাগিব ৷ আমি তেওঁলোকক বচোৱাটো জৰুৰী ৷ দ্বায়িত্ব আমাৰ ওপৰত আছে ৷"

  • It’s heartbreaking to see the effect of Covid-19 on vulnerable children across the world. They now have to cope with food shortages, strained healthcare systems, violence & lost education. We need to protect them.. the onus is on us.

    (1/2)

    — PRIYANKA (@priyankachopra) April 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, প্ৰিয়ংকা আৰু তেওঁৰ আমেৰিকান স্বামী তথা প'পষ্টাৰ নিক জ'নাচে ইয়াৰ পূৰ্বেও কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰা হাত সাৰিবৰ বাবে বহুকেইটা সংস্থাক সহযোগ কৰিছে ৷ যাৰ ভিতৰত প্ৰধানমন্ত্ৰী সাহায্য পুঁজি, ইউনিচেফ, ফিডিং আমেৰিকা আৰু গুঞ্জ​ আদি সংস্থা অন্যতম ৷

ইয়াৰোপৰি ইয়াৰ পূৰ্বে প্ৰিয়ংকাই এই স্বাস্থ্য সংকটৰ সময়ত সেৱা আগবঢ়াই থকা মহিলাৰ বাবে 1 লাখ ডলাৰ প্ৰদান কৰিছিল ৷

লগতে পঢ়কঃআজিৰে পৰা অনলাইন চাব পাৰিব অসমীয়া ছবি বৰনদী ভটিয়ায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.