ETV Bharat / sitara

বিগ বিৰ সান্নিধ্যই মুহিছে প্ৰভাসক, খুৱালে ঘৰত ৰন্ধা ব্যঞ্জন

author img

By

Published : Feb 21, 2022, 1:34 PM IST

নাগ অশ্বিনৰ প্ৰজেক্ট কে ত পোন প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰিছে দুই তাৰকা অমিতাভ বচ্চন আৰু প্ৰভাসে (Prabhas Amitabh in project k) ৷ ছবিৰ ছেটত সংস্পৰ্শলৈ অহাৰ পিছৰে পৰা ইজনে আনজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ প্ৰভাসে বিগ বিক ‘ঘৰত ৰন্ধা ব্যঞ্জন’ খুৱাই লাভ কৰিছে প্ৰশংসা (Prabhas brings food for Big B) ৷

home-cooked food
বিগ বিৰ সান্নিধ্যই মুহিছে প্ৰভাসক

চিটাৰা ডেস্ক, 21 ফ্ৰেব্ৰুৱাৰী : বাহুবলীখ্যাত প্ৰভাস বৰ্তমান ব্যস্ত মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে ছবিৰ শ্বুটিঙত ৷ নাগ অশ্বিনৰ নতুন প্ৰজেক্ট ‘প্ৰজেক্ট কে’ প্ৰথমবাৰলৈ একেলগে অভিনয় কৰিছে এই দুই মহাৰথীৰ যুঁটিয়ে ৷

অমিতাভক লগ পাইয়েই অভিভূত হৈ পৰা প্ৰভাসে তেওঁ সপোন পূৰণ হোৱা বুলি নিজৰ ইন্ষ্টাগ্ৰামত পোষ্ট কৰিছিল ৷ অলপতে বিগ বিৰ সৈতে ছবিখনৰ প্ৰথম অনুসূচীৰ শ্বুটিং শেষ কৰিছে প্ৰভাসে ৷

home-cooked food
প্ৰশংসাত পঞ্চমুখ বিগ বি

সোমবাৰে প্ৰভাসৰ ব্যৱহাৰত মুগ্ধ হৈ অমিতাভ বচ্চনেও নিজৰ টুইটাৰত শলাগ ল’লে দক্ষিণৰ তাৰকাজনৰ ৷ বিগ বিক ঘৰৰ ব্যঞ্জন খুৱাই তৃপ্ত কৰা(Prabhas brings home cooked food for Amitabh Bachchan) প্ৰভাসৰ উদাৰতা আৰু মৰমৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে বলীউডৰ ছেহেনশ্বাহ ৷

  • T 4198 - 'Bahubali' Prabhas .. your generosity is beyond measure .. you bring me home cooked food, beyond delicious .. you send me quantity beyond measure .. could have fed an Army ..
    the special cookies .. beyond scrumptious ..
    And your compliments beyond digestible 🤣

    — Amitabh Bachchan (@SrBachchan) February 20, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে দুই তাৰকাই ইজনে আনজনৰ সংগ ভালদৰে উপভোগ কৰিছে ৷ প্ৰজেক্ট কে(Prabhas Amitabh in project k)ত দীপিকা পাডুকনেও মুখ্য ভূমিকাত অভিনয় কৰিছে ৷

লগতে পঢ়ক: বহুদিনীয়া হাবিয়াস পূৰণ হ’ল দক্ষিণৰ তাৰকা প্ৰভাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.