ETV Bharat / sitara

প্ৰভাসক লগ নপোৱাৰ বাবে আত্মহত্যাৰ চেষ্টা অনুৰাগীৰ

তেলেংগানাৰ জনগাম নামৰ অনুৰাগীজনে প্ৰভাসক লগ নপোৱাৰ বাবেই টাৱাৰ ওপৰৰ পৰা আত্মহত্যাৰ চেষ্টা চলায় ৷

author img

By

Published : Sep 13, 2019, 12:04 PM IST

প্ৰভাসক লগ নপোৱাৰ বাবে আত্মহত্যাৰ চেষ্টা অনুৰাগী

নিউজ ডেস্ক, 13 চেপ্তেম্বৰঃ দিনক দিনে বাঢ়িছে দক্ষিণৰ অভিনেতা প্ৰভাসৰ জনপ্ৰিয়তা ৷ জনপ্ৰিয় ছবি 'বাহুবলী'ৰ অভূতপূৰ্ব সফলতাৰ পাচতে অভিনেতা গৰাকীৰ অনুৰাগীও বৃদ্ধি পাবলৈ ধৰিছে ৷ এই অনুৰাগীসকলৰ ভিতৰতে প্ৰভাসৰ এজন অনুৰাগীয়ে কৰিলে আজৱ কাণ্ড ৷ তেলেংগানাৰ জনগাম নামৰ অনুৰাগীজনে প্ৰভাসক লগ নপোৱাৰ বাবেই টাৱাৰ ওপৰৰ পৰা আত্মহত্যাৰ চেষ্টা চলায় ৷

প্ৰশাসন তথা স্থানীয় লোকৰ বহুতো চেষ্টাৰ অন্তত প্ৰভাসক লগ কৰোৱাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পাচতে টাৱাৰৰ পৰা তললৈ নামি আহে অনুৰাগীজন ৷

Intro:Body:

MINAKSHEE

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.