ETV Bharat / sitara

কোনো মানুহে নিষ্ঠুৰ মৃত্যু পোৱাটো উচিত নহয়ঃ প্ৰিয়ংকা চোপ্ৰা

author img

By

Published : Jun 27, 2020, 8:54 PM IST

প্ৰিয়ংকা চোপ্ৰা , যি বৰ্তমান নিজৰ স্বামীৰ সৈতে আমেৰিকাত আছে ৷ তেওঁ শেহতীয়াকৈ টুইটাৰ যোগে তামিলনাডুৰ টুটিকৰিণ জিলাত সংঘটিত হোৱা অমানৱীয় কাণ্ডৰ বিৰোধিতা কৰি মত প্ৰকাশ কৰে ৷

No human being deserves such brutality: Priyanka Chopra condemns Tuticorin custodial deaths
কোনো মানুহে নিষ্ঠুৰ মৃত্যু পোৱাটো উচিত নহয়ঃ প্ৰিয়ংকা চোপ্ৰা

চিটাৰা ডেস্ক,27জুনঃ শেহতীয়াকৈ তামিলনাডুৰ টুটিকৰিণ জিলাত এজন পুত্ৰ আৰু পিতৃৰ মৃত্যু হয় পুলিচ কাষ্টাডিত ৷ লক্ ডাউনৰ সময়খিনিত লক্ ডাউনৰ নিয়ম অৱমাননা কৰি তামিলনাডুত পুলিচ কাষ্টাডিত থকা অৱস্থাত মৃত্যু হোৱা দুই পিতা-পুত্ৰৰ হৈ মাত মাতিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ৷

বৰ্তমান স্বামীৰ সৈতে আমেৰিকাত আছে অভিনেত্ৰী গৰাকী ৷ আমেৰিকাৰ পৰাই অভিনেত্ৰীগৰাকীয়ে এই কাণ্ডৰ বিৰোধিতা কৰে আৰু উপযুক্ত শাস্তিৰ দাবী উত্থাপন কৰে টুইট যোগে ৷

লগতে পঢ়কঃসুশান্ত সিঙৰ নামত ফাউণ্ডেছনঃ নতুন প্ৰতিভাক সহায় কৰিব পৰিয়ালবৰ্গই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.