ETV Bharat / sitara

ৰূপালী পৰ্দাত নৰেন্দ্ৰ মোডীৰ কাহিনীঃ মুক্তি পালে ট্ৰেইলাৰ

author img

By

Published : Mar 22, 2019, 12:40 PM IST

বলীউডৰ অভিনেতা বিবেক অ'বেৰয়ে মোডীৰ চৰিত্ৰত অভিনয় কৰা বায়'পিকখনত মোডীৰ শিশু কালৰ চাহ বিক্ৰেতাৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰীলৈকে জীৱনৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে ৷

নৰেন্দ্ৰ মোডীৰ বায়'পিক

নিউজ ডেস্ক, ২২ মাৰ্চঃ শুকুৰবাৰে মুক্তি পালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়'পিক 'প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী'ৰ ট্ৰেইলাৰ । অভিনেতা বিবেক অ'বেৰয়ে মোডীৰ চৰিত্ৰত অভিনয় কৰা বায়'পিকখনত বায়'পিকখনত মোডীৰ শিশু কালৰ চাহ বিক্ৰেতাৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰীলৈকে জীৱনৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে ৷

উল্লেখ্য যে, হোলীৰ আগদিনা বায়'পিকখনৰ দ্বিতীয়খন পোষ্টাৰ মুকলি হোৱা পাচতে হোলীৰ শুভমুহূৰ্তত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ ছবিখন পৰিচালনা কৰিছেউমাংগ কুমাৰে । আনহাতে ৫ এপ্ৰিলত মুক্তি হ'বলগীয়া ছবিখনত অমিত শ্বাহৰ চৰিত্ৰত অভিনয় কৰিছে দৰ্শন কুমাৰে ।

narendra modi biopic trailer: as PM, vivek oberoi challenges opposit

 narendra modi, biopic, trailer,:  PM, vivek oberoi,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ট্ৰইলৰ, 

মুক্তি পালে "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী" ট্ৰইলৰ 

body: নিউজ ডেস্ক, ২২ মাৰ্চঃ শুকুৰবাৰে মুক্তি পালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়'পিক "প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী" ট্ৰেইলৰ । বলিউড অভিনেতা বিবেক অবৰয়ে মোডী চৰিত্ৰত অভিনয় কৰা বায়'পিকখনত মোডীৰ শিশু কালৰ চাহ বিক্ৰেতালৈকে, গুজৰাটৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰীলৈকে জীৱন প্ৰায় সকলো অন্তৰ্ভুক্ত কৰা পৰিলক্ষিত হৈছে । 

উল্লেখ্য যে, হোলীৰ আগদিনা বায়'পিকখনৰ দ্বিতীয়খন পোষ্টাৰ মুকলি হোৱা পাচতে হোলীৰ শুভমুহূৰ্তত ছবিখনৰ ট্ৰেইলৰ মুকলি হোৱাত সন্তুষ্টি প্ৰকাশ ছবি পৰিছানক উমাংগ কুমাৰে । আনহাতে ৫ এপ্ৰিলত মুক্তি হ'বলগীয়া ছবিখনত অমিত শ্বাহৰ চৰিত্ৰত অভিনয় কৰিছে দৰ্শন কুমাৰে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.