ETV Bharat / sitara

পত্নীৰ দ্বিতীয় প্ৰেমিক হোৱাৰ পিছতো সুখী শ্বাহিদ কাপুৰ

শ্বাহিদ কাপুৰে অনুভৱ কৰে তেওঁ পত্নী মীৰাৰ জীৱনত ‘Second Love’ ৷ অৱশ্যে শ্বাহিদে তেনেদৰে ভবাৰ থলো আছে ৷ যিহেতু মীৰা ৰাজপুতৰ মনোযোগ শ্বাহিদতকৈ আনফালে বেছি থাকে ৷

author img

By

Published : Jan 15, 2022, 12:53 PM IST

shamira
মীৰাৰ দ্বিতীয় প্ৰেমিক হৈয়ো সুখী শ্বাহিদ

চিটাৰা ডেস্ক, 15 জানুৱাৰী : শ্বাহিদ আৰু মীৰা বৰ্তমান পঞ্জাৱত শীতৰ আমেজ লোৱাত ব্যস্ত ৷ শুকুৰবাৰে অভিনেতাজনে নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টত এটা আমোদজনক Reel পোষ্ট কৰে ৷ মীৰাই একেলেথাৰিয়ে নিজৰ ম’বাইলত দৃষ্টি নিক্ষেপ কৰি থকা অৱস্থাত শ্বাহিদে বনোৱা Reel টো অনুৰাগীয়ে বৰকৈ পছন্দ কৰিছে ৷

ভিডিঅ’টোত দুয়োকে পাৰ্ক এখনৰ বেঞ্চত Cosy Clothes ত আঁতৰে আঁতৰে বহি থকা দেখিবলৈ পোৱা গৈছে ৷ ভিডিঅ’টোৰ মুখ্য আকৰ্ষণ হৈছে গিৰিয়েকে চুমা যচা মূহুৰ্তত আনফালেহে মনটো ৰ’ল মীৰাৰ ৷ যাৰ বাবে গমেই নাপালে পতিদেৱৰ চুমাৰ পৰশ ৷

বৰ্তমান দুটাকৈ সন্তানেৰে সুখৰ সংসাৰ শ্বাহিদ-মীৰাৰ ৷ অচিৰেই সাগৰৰ কাষৰ এটা নতুন বিলাসী এপাৰ্টমেণ্টলৈ স্থানান্তৰিত হ’ব পৰিয়ালটো ৷ শেহতীয়াকৈ Mrunal Thakur ৰ বিপৰীতে Jersy ছবিখনত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে অভিনেতাগৰাকীয়ে ৷

লগতে পঢ়ক : সমূদ্ৰতীৰত মৌনি ৰয়ৰ হৰ্ষোউল্লাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.