ETV Bharat / sitara

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাপোৰ সম্পৰ্কে মন্তব্য কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদস্যলৈ উচিত প্ৰত্যুত্তৰ মীৰা ৰাজপুতৰ

author img

By

Published : Mar 19, 2022, 7:15 PM IST

এনেহেন যুদ্ধৰ মাজতো পিন্ধা কাপোৰক লৈ বিতৰ্ক ৷ শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ কাপোৰ সন্দৰ্ভত মন্তব্য কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন বিত্তীয় বিশেষজ্ঞৰ টুইটৰ দিলে উপযুক্ত প্ৰত্যুত্তৰ (Mira Rajput reply to US financial expert) ।

Mira Rajput
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদস্যলৈ উচিত প্ৰত্যুত্তৰ মীৰা ৰাজপুতৰ

চিটৰা ডেস্ক, 19 মাৰ্চ : ৰাছিয়াই যোৱা ২৪ দিন ধৰি ইউক্ৰেইনত বোমা বিস্ফোৰণ কৰি আহিছে । ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণৰ ফলত ইউক্ৰেইন ধ্বংস স্তূপলৈ ৰূপান্তৰিত হৈছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দেশবাসীক সুৰক্ষা দিয়াৰ নামত ব্ৰতী হৈ আছে।

এনেহেন সংবেদনশীল পৰিস্থিতিৰ মাজতো জেলেনস্কি বৰ্তমান চৰ্চাত আছে তেওঁৰ পোছাকক লৈ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় বিশেষজ্ঞ পিটাৰ চিফে মন্তব্য কৰিছে জেলেনস্কিৰ পোছাকক লৈ । কিন্তু আমোদজনক কথাটো হ'ল যে আমেৰিকাৰ বিত্তীয় বিশেষজ্ঞৰ এই টুইটটোৰ উত্তৰ বলীউড অভিনেতা শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতে দিছে (Mira Rajput reply to US financial expert)।

  • I understand times are hard, but doesn't the President of the #Ukraine own a suit? I don't have much respect for current members of the U.S. Congress either, but I still wouldn't address them wearing a t-shirt. I wouldn't want to disrespect the institution or the Unites States.

    — Peter Schiff (@PeterSchiff) March 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

I understand times are hard, but doesn't the President of the #Ukraine own a suit? I don't have much respect for current members of the U.S. Congress either, but I still wouldn't address them wearing a t-shirt. I wouldn't want to disrespect the institution or the Unites States.

— Peter Schiff (@PeterSchiff) March 16, 2022

এক টুইটযোগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় বিশেষজ্ঞ পিটাৰ চিফে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক উদ্দেশ্যি কৰা টুইটটোত প্ৰশ্ন কৰে যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নিজৰ কোনো চুট নাই নেকি ?

বলীউড অভিনেতা শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতে তেওঁৰ ইন্ষ্টাগ্ৰাম ষ্ট’ৰীত এই টুইটটো শ্বেয়াৰ কৰি লিখিলে যে, আমি সঁচাই বাস্তৱক পাঁহৰি কেৱল সৌন্দৰ্যৰ ফালে ঢাল খাইছো নেকি ?(mira rajput statement on ukraine president clothing )

Mira Rajput
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

সংবাদ সংস্থা এপিৰ মতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে বিশ্বৰ নেতাসকলক সম্বোধন কৰি তেওঁৰ দেশৰ সামগ্ৰিক পৰিস্থিতিৰ এক আভাস দিছিল ৷ লগতে দেশখনৰ বিভিন্ন কোণৰ পৰা ঘৰ এৰি পলায়ন কৰা লোকসকলৰ দুৰৱস্থাও গ্ৰাফিক ভিডিঅ’ৰ জৰিয়তে দেখুৱাইছিল ৷

লগতে পঢ়ক: বক্স অফিচত ধুমুহা সৃষ্টিৰে মুক্তিৰ প্ৰথম সপ্তাহত 100 কোটি উপাৰ্জন দ্য কাশ্মীৰ ফাইল্ছৰ

চিটৰা ডেস্ক, 19 মাৰ্চ : ৰাছিয়াই যোৱা ২৪ দিন ধৰি ইউক্ৰেইনত বোমা বিস্ফোৰণ কৰি আহিছে । ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণৰ ফলত ইউক্ৰেইন ধ্বংস স্তূপলৈ ৰূপান্তৰিত হৈছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দেশবাসীক সুৰক্ষা দিয়াৰ নামত ব্ৰতী হৈ আছে।

এনেহেন সংবেদনশীল পৰিস্থিতিৰ মাজতো জেলেনস্কি বৰ্তমান চৰ্চাত আছে তেওঁৰ পোছাকক লৈ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় বিশেষজ্ঞ পিটাৰ চিফে মন্তব্য কৰিছে জেলেনস্কিৰ পোছাকক লৈ । কিন্তু আমোদজনক কথাটো হ'ল যে আমেৰিকাৰ বিত্তীয় বিশেষজ্ঞৰ এই টুইটটোৰ উত্তৰ বলীউড অভিনেতা শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতে দিছে (Mira Rajput reply to US financial expert)।

  • I understand times are hard, but doesn't the President of the #Ukraine own a suit? I don't have much respect for current members of the U.S. Congress either, but I still wouldn't address them wearing a t-shirt. I wouldn't want to disrespect the institution or the Unites States.

    — Peter Schiff (@PeterSchiff) March 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এক টুইটযোগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় বিশেষজ্ঞ পিটাৰ চিফে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক উদ্দেশ্যি কৰা টুইটটোত প্ৰশ্ন কৰে যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নিজৰ কোনো চুট নাই নেকি ?

বলীউড অভিনেতা শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতে তেওঁৰ ইন্ষ্টাগ্ৰাম ষ্ট’ৰীত এই টুইটটো শ্বেয়াৰ কৰি লিখিলে যে, আমি সঁচাই বাস্তৱক পাঁহৰি কেৱল সৌন্দৰ্যৰ ফালে ঢাল খাইছো নেকি ?(mira rajput statement on ukraine president clothing )

Mira Rajput
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

সংবাদ সংস্থা এপিৰ মতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে বিশ্বৰ নেতাসকলক সম্বোধন কৰি তেওঁৰ দেশৰ সামগ্ৰিক পৰিস্থিতিৰ এক আভাস দিছিল ৷ লগতে দেশখনৰ বিভিন্ন কোণৰ পৰা ঘৰ এৰি পলায়ন কৰা লোকসকলৰ দুৰৱস্থাও গ্ৰাফিক ভিডিঅ’ৰ জৰিয়তে দেখুৱাইছিল ৷

লগতে পঢ়ক: বক্স অফিচত ধুমুহা সৃষ্টিৰে মুক্তিৰ প্ৰথম সপ্তাহত 100 কোটি উপাৰ্জন দ্য কাশ্মীৰ ফাইল্ছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.