ETV Bharat / sitara

Michael Jackson biopic: মাইকেল জেকছন জীৱনৰ আধাৰত নিৰ্মাণ হ’ব বায়’পিক

author img

By

Published : Feb 8, 2022, 10:48 PM IST

লাইন্সগেট এণ্টাৰটেইনমেন্ট ইণ্ড্ৰাষ্টিত বৰ্তমানে কাম চলি আছে মাইকেল জেকছনৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব লগীয়া বায়’পিকৰ (Michael Jackson biopic) ৷ নিৰ্মাতা গ্ৰাহাম কিঙে কৈছে এই বায়’পিকত পপ তাৰকাগৰাকীৰ ব্য়ক্তিগত আৰু প্ৰফেচনেল জীৱনক উপস্থাপন কৰা হ’ব ৷

Michael Jackson biopic
মাইকেল জেকছন জীৱনৰ আধাৰত নিৰ্মাণ হ’ব বায়’পিক

চিটাৰা ডেস্ক, 8 ফ্ৰেব্ৰুৱাৰী : লাইন্সগেট এণ্টাৰটেইনমেন্ট ইণ্ড্ৰাষ্টিয়ে লাভ কৰিলে নিৰ্মাতা গ্ৰাহাম কিঙৰ সৈতে গায়ক-নৃত্য়শিল্পী মাইকেল জেকচনৰ জীৱনীমূলক ছবি নিৰ্মাণৰ অনুমতি ৷ এণ্টাৰটেইনমেন্ট ইণ্ড্ৰাষ্টিটোৱে ইতিমধ্য়েই ছবি প্ৰযোজক গ্ৰাহাম কিং আৰু তেওঁৰ জিকে ফিল্মছৰ সৈতে কাম আৰম্ভ কৰিছে (Michael Jackson biopic) ৷

mj

চলচ্চিত্ৰখনে জেকছনৰ আত্মপ্ৰকাশ, পপ চুপাৰষ্টাৰডমলৈ তেওঁৰ উত্থান আৰু শিশু যৌন উৎপীড়নৰ অভিযোগৰ পৰা উদ্ভৱ হোৱা অসামৰিক আৰু অপৰাধমূলক দুয়োটা মোকৰ্দমাৰ সৈতে তেওঁৰ আইনী সংগ্ৰামৰ জীৱন গাথাও সামৰি ল’ব ৷ ২০০৯ চনত ৫০ বছৰ বয়সত মাইকেল জেকছনৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক: Akshay Tiger team up for First time: এইবাৰ বড়েমিয়া চোটেমিয়া ৰূপত অক্ষয়-টাইগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.