ETV Bharat / sitara

ধৰ্মশালাৰ পাহাৰীয়া সৌন্দৰ্য উপভোগ কৰাত ব্যস্ত মালাইকা আৰোৰা

হিমাচল প্ৰদেশৰ পাহাৰীয়া চহৰৰ সৌন্দৰ্য উপভোগ কৰাত ব্যস্ত অভিনেত্ৰী তথা মডেল মালাইকা আৰোৰাসহ কৰিণা কাপুৰ খান আৰু পুত্ৰ টাইমুৰ ৷ চৰ্চিত প্ৰেমিক অভিনেতা অৰ্জুন কাপুৰে ছেইফ আলী খান, য়ামী গৌতম আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে ছবিগৃহলৈ আহিবলগীয়া ছবি ‘Bhoot Police’ৰ শ্বুটিঙ কৰাৰ সময়তে মালাইকা আৰু কৰিণাই সংগ দিছে টীমটোৰ ৷

author img

By

Published : Nov 18, 2020, 9:50 AM IST

Malaika posts pic of her time in Dharamshala
ধৰ্মশালাৰ পাহাৰীয়া সৌন্দৰ্য উপভোগ কৰাত ব্যস্ত মালাইকা আৰোৰা

চিটাৰা ডেস্ক,18 নৱেম্বৰ : চৰ্চিত প্ৰেমিক অভিনেতা অৰ্জুন কাপুৰে ছেইফ আলী খান, য়ামী গৌতম আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে ছবিগৃহলৈ আহিবলগীয়া ছবি ‘Bhoot Police’ৰ শ্বুটিঙ কৰাৰ সময়তে অভিনেত্ৰী তথা মডেল মালাইকা আৰোৰাই হিমাচল প্ৰদেশৰ পাহাৰীয়া চহৰৰ সৌন্দৰ্য উপভোগ কৰা পৰিলক্ষিত হৈছে ৷

ইফালে ছেইফৰ সৈতে পত্নী কৰিণা কাপুৰ খান আৰু পুত্ৰ টাইমুৰেও হিমাচলত উপস্থিত হৈ পাহাৰী চহৰৰ সৌন্দৰ্য উপভোগ কৰাত ব্যস্ত হৈ পৰিছে ৷

শ্বুটিঙৰ মাজতে মঙলবাৰে তেওঁলোকে ধৰ্মশালাৰ জনপ্ৰিয় কেফেসমূহ দৰ্শন কৰে ৷ আবেলিৰ এই ধুনীয়া মূহুৰ্তক কেমেৰাত আৱদ্ধ কৰি মালাইকাই চ’ছিয়েল মিডিয়াযোগে কৰিণা আৰু টাইমুৰৰ সৈতে তোলা এখন ফটো শ্বেয়াৰ কৰে ৷ ফটোৰ কেপচনত মালাইকাই লিখিছে, ‘‘Mountain bliss #timtim @kareenakapoorkhan #dharamshala’’.

ইয়াৰোপৰি এখন কিতাপৰ কেফেৰ পৰা কিছু ফটো ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰে মালাইকাই ৷ আনহাতে অৰ্জুনেও এই সুকীয়া মূহুৰ্তৰ কিছু দৃশ্যাংশ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে ৷ লগতে ধৰ্মশালাৰ ৰাজপথত আনন্দ উপভোগ কৰা এটি ভিডিঅ’ও শ্বেয়াৰ কৰা হৈছে ৷

লগতে পঢ়ক : স্বামী ৰিতেশৰ সৈতে পুনৰ কাম কৰাৰ উৎসুকতা প্ৰকাশ জেনেলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.