ETV Bharat / sitara

7 মাহৰ পাচত ‘Thalaivi’ৰ শ্বুটিংস্থলীত উপস্থিত কংগণা ৰাণাৱট

author img

By

Published : Oct 1, 2020, 8:51 PM IST

অভিনেত্ৰী কংগণা ৰাণাৱটৰ আহিবলগীয়া ছবি ‘Thalaivi’ৰ শ্বুটিঙৰ বাবে বৃহস্পতিবাৰে ক্ষিণ ভাৰতলৈ ৰাওনা হয় কংগণা ৷ টুইটাৰযোগে এখন ফটো শ্বেয়াৰ কৰি এই কথা অৱগত কৰে অভিনেত্ৰী গৰাকীয়ে ৷

Kangana Ranaut elated to be back on Thalaivi sets after 7 months
7 মাহৰ পাচত ‘Thalaivi’ৰ শ্বুটিংস্থলীত উপস্থিত কংগণা ৰাণাৱট

চিটাৰা ডেস্ক, 1 অক্টোবৰ: 7 মাহৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পাচত পুনৰ ছবিৰ কামত আগবাঢ়িছে কংগণা ৰাণাৱট ৷ বৃহস্পতিবাৰে টুইটাৰযোগে এই কথা ব্যক্ত কৰে অভিনেত্ৰী কংগণাই ৷

কুইন কংগণাই টুইটাৰযোগে এখন ফটো শ্বেয়াৰ কৰি তেওঁৰ আহিবলগীয়া ছবি ‘Thalaivi’ৰ শ্বুটিঙৰ বাবে দক্ষিণ ভাৰতলৈ ৰাওনা হোৱাৰ কথা অৱগত কৰে আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰে ৷

উল্লেখ্য যে,ৰাজনৈতিক নেত্ৰী জে. জয়াললিতাৰ বায়’পিক হিচাপে ছবিখন নিৰ্মাণ কৰা হ’ব আৰু ছবিখনত কংগণাৰ বিপৰীতে আছে দক্ষিণৰ অভিনেতা এ.এল বিজয়ে ৷

  • Dear friends today is a very special day, resuming work after 7 months, travelling to southern India for my most ambitious bilingual project THALAIVI, need your blessings in these testing times of a pandemic.
    P.S just clicked these morning selfies hope you all like them ❤️ pic.twitter.com/drptQUzvXK

    — Kangana Ranaut (@KanganaTeam) October 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

Thalaivi ছবিখনৰ কাহিনীৰ আঁৰত আছে বাহুবলী,মণিকৰ্ণিকাৰ লেখক কে.ভি বিজয়েন্দ্ৰ আৰু দ্যা ডাৰ্টি পিক্চাৰ,ওৱানছ আপন এ টাইমৰ লেখক ৰজত আৰোৰা ৷

এই ছবিখন চলিত বৰ্ষৰ 26 জুনত ছবিগৃহত মুক্তি লাভ কৰাৰ কথা আছিল যদিও কৰ’ণাৰ সংক্ৰমণৰ বাবে ছবিখন ছবিগৃহত মুক্তি লাভ নকৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কৰ’ণা মহামাৰীৰ সময়ত শ্বুটি সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমখন ছবি ‘‘বেল ব’ট’ম’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.