ETV Bharat / sitara

Kangana Ranaut praises Alia Bhatt: কংগনা ৰাণাৱটে চাই ভাল পালে গংগুবাই কাথিয়াৱাড়ী ! - গংগুবাই কাথিয়াৱাড়ী ভাল পালে কংগনাই

কিছুদিন পূৰ্বে গংগুবাই কাথিয়াৱাড়ীৰ ট্ৰেইলাৰ চাই নিৰ্মাতাৰ পৰা অভিনেত্ৰী সকলোকে তীব্ৰ ভাষাৰে কটাক্ষ কৰা কংগনাই চাই ভাল পালে চিনেমাখন (Kangana Ranaut praises Alia Bhatt) ৷ ক’ৰণা মহামাৰীৰ বাবে ছবিগৃহসমূহ ভেণ্টিলেটৰত থকা যেন অনুমান হৈছিল কংগনাৰ ৷ গংগুবাই কাথিয়াৱাড়ীয়ে ছবিগৃহ সমূহ পুনৰ জীয়াই তুলিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে কংগনাই ( Kangana Ranaut on Gangubai Kathiawadi) ৷

Kangana Ranaut
কংগনা ৰাণাৱটে চাই ভাল পালে গংগুবাই কাথিয়াৱাড়ী!
author img

By

Published : Feb 26, 2022, 7:19 PM IST

চিটাৰা ডেস্ক, 26 ফেব্ৰুৱাৰী : গংগুবাই কাথিয়াৱাড়ীৰ মুক্তিৰ পিছতেই মন্তব্য সলনি হ’ল কংগনা ৰাণাৱটৰ (Kangana Ranaut on Gangubai Kathiawadi) ৷ শনিবাৰে নিজৰ ইন্ষ্টাগ্ৰাম ষ্টোৰীত ছবিখনৰ লগতে প্ৰশংসা কৰিলে ছবিখনৰ লগত জড়িত কলা-কুশলী সকলকো ৷

বিগত সপ্তাহতেই আলিয়াক বেয়াকৈ সমালোচনা কৰি সামাজিক মাধ্যমত নিজৰ মত দিছিল কংগনাই ৷ কাৰো নাম নোলোৱাকৈ কংগনাই পৰোক্ষভাৱে আক্ৰমণ কৰিছিল আলিয়া আৰু সঞ্জয় লীলা ভাঞ্চালীক (Kangana Ranaut on Alia Bhatt) ৷ আলিয়াইয়ো উভতি ধৰিছিল কংগনাক ৷

Kangana Ranaut
কংগনা ৰাণাৱটে চাই ভাল পালে গংগুবাই কাথিয়াৱাড়ী!

বলীউড মাফিয়াৰ বাবে হিন্দী ছবিজগতৰ গৰিমা শেষ হ’ব ধৰিছে বুলিও মন্তব্য কৰিছিল কংগনাই ৷ কেৱল আলিয়াকে নহয় গেহৰাইয়ান ৰ বাবে দীপিকা পাডুকনকো লক্ষ্য কৰি লৈছিল কংগনাই ৷

লগতে পঢ়ক: Alia replies Kangana: গংগুবাই কাথিয়াৱাড়ীৰ মুক্তিৰ পূৰ্বে কংগনাক সকীয়নী আলিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.