চিটাৰা ডেস্ক, 18 ছেপ্তেম্বৰ: BMCৰ দ্বাৰা মুম্বাইস্থিত নিজ বাসগৃহ আৰু কাৰ্যালয় ভঙা সন্দৰ্ভত বৃহস্পতিবাৰে চ’ছিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অভিনেত্ৰী কংগনা ৰানাৱটে ৷ BMCয়ে তেওঁৰ সপোনক বলৎকাৰ কৰা বুলি টুইটাৰযোগে দুখ প্ৰকাশ কৰে কংগনাই ৷ টুইটযোগে তেওঁ কয় যে, ‘‘মোৰ সপোন, মোৰ আত্মবিশ্বাস, মোৰ আত্মসন্মান আৰু মোৰ ভৱিষ্যতক বলৎকাৰ কৰা হৈছে’’ ৷
আন এক টুইটযোগে তেওঁ কয় যে, ‘‘মোৰ কাৰ্যালয়ক শ্মশানলৈ সলনি কৰা হৈছে ৷ নাজানো কিমান মানুহ নিৱনুৱা হিচাপে থাকি যাব ৷ শতাধিক লোক ফিল্ম গোটৰ পৰা আহিছিল ৷ যেতিয়া এখন ছবি মুক্তি লাভ কৰে, ছবিগৃহৰ পৰা আৰম্ভ কৰি প’পকৰ্ণ বিক্ৰেতালৈ সকলোৱে নিজৰ টকা উপাৰ্জন কৰে ৷ BMCয়ে আমাৰ আয়ৰ সোঁতটো ছিঙি ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস পালন কৰিছে’’ ৷
‘‘এখন ঘৰ সাজিবলৈ জীৱনজুৰি সময় ব্যয় হয় ৷ তেওঁলোকে মোৰ ঘৰৰ যি অৱস্থা কৰিছে সেয়া বলৎকাৰ নহয় জানো ?’’
-
जो कभी मंदिर था उसे क़ब्रिस्तान बना दिया, देखो मेरे सपनों को कैसे तोड़ा, यह बलात्कार नहीं? pic.twitter.com/1ppQWiPjI2
— Kangana Ranaut (@KanganaTeam) September 17, 2020 " class="align-text-top noRightClick twitterSection" data="
">जो कभी मंदिर था उसे क़ब्रिस्तान बना दिया, देखो मेरे सपनों को कैसे तोड़ा, यह बलात्कार नहीं? pic.twitter.com/1ppQWiPjI2
— Kangana Ranaut (@KanganaTeam) September 17, 2020जो कभी मंदिर था उसे क़ब्रिस्तान बना दिया, देखो मेरे सपनों को कैसे तोड़ा, यह बलात्कार नहीं? pic.twitter.com/1ppQWiPjI2
— Kangana Ranaut (@KanganaTeam) September 17, 2020
ইয়াৰোপৰি, কংগনাই তেওঁৰ ধ্বংস হোৱা কাৰ্যালয়ৰ এখন ফটো শ্বেয়াৰ কৰি কয় যে, ‘‘এইটো সম্পূৰ্ণৰূপে কবৰস্তানলৈ সলনি কৰি দিছে, যিটো প্ৰথমতে এটা মন্দিৰ সদৃশ আছিল ৷ মোৰ সপোন ভাঙি পেলাইছে, এইটো বলৎকাৰ নহয় জানো ?’’
-
एक उम्र बीत जाती है घर बनाने में और तुम आह भी नहीं करते बस्तियाँ जलाने में 🙂
— Kangana Ranaut (@KanganaTeam) September 17, 2020 " class="align-text-top noRightClick twitterSection" data="
यह देखो क्या से क्या कर दिया मेरे घर को क्या यह बलात्कार नहीं? pic.twitter.com/1TVaTSAJCc
">एक उम्र बीत जाती है घर बनाने में और तुम आह भी नहीं करते बस्तियाँ जलाने में 🙂
— Kangana Ranaut (@KanganaTeam) September 17, 2020
यह देखो क्या से क्या कर दिया मेरे घर को क्या यह बलात्कार नहीं? pic.twitter.com/1TVaTSAJCcएक उम्र बीत जाती है घर बनाने में और तुम आह भी नहीं करते बस्तियाँ जलाने में 🙂
— Kangana Ranaut (@KanganaTeam) September 17, 2020
यह देखो क्या से क्या कर दिया मेरे घर को क्या यह बलात्कार नहीं? pic.twitter.com/1TVaTSAJCc
লগতে পঢ়ক: SSR গোচৰ : দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিলে অভিনেত্ৰী ৰাকুল