ETV Bharat / sitara

চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম

author img

By

Published : Mar 5, 2019, 4:24 AM IST

কেতিয়াবা যদি ৰোমিও, কেতিয়াবা আকবৰ , কেতিয়াবা আকৌ ৱাল্টাৰ ৰূপে চোৰাংচোৱাগিৰি চলাব পাকিস্তানত ৷

চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম

নিউজ ডেস্ক, 5মাৰ্চঃ আপোনাৰ প্ৰিয় অভিনেতা জন আব্ৰাহাম যাব পাকিস্তানলৈ৷ পিচে কোনো ছবিৰ শ্বুটিঙ অথবা ভ্ৰমণৰ উদ্দেশ্যে নহয় এইবাৰ ভাৰতীয় চোৰাংচোৱা হৈ পাকিস্তানলৈ যাব বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম ৷

ETV BHARAT
চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম
কেতিয়াবা যদি ৰোমিও কেতিয়াবা আকবৰ আৰু কেতিয়াবা আকৌ ৱাল্টাৰ ৰূপে চোৰাংচোৱাগিৰি চলাব পাকিস্তানত ৷
ETV BHARAT
চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম

অৱশ্যে বলীউডৰ এইজন ফিটেড অভিনেতাই প্ৰকৃততে পাকিস্তানলৈ কিয় চোৰাংচোৱা হিচাপে যাব সেইয়া জানিবলৈ আপুনি চাব লাগিব জন আব্ৰাহাম অভিনীত নতুন ছবি ৰোমিও আকবৰ ৱাল্টাৰ অৰ্থাৎ ৰ’ ৷

ETV BHARAT
চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম
1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ পটভূমিত নিৰ্মিত ছবিখনত ভাৰতীয় চোৰাংচোৱা বাহিনীৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিব অভিনেতা আব্ৰাহামে ৷ ইতিমধ্যে সোমবাৰে ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ লগে লগেই দৰ্শকৰ মাজত উৎকণ্ঠা বাঢ়িছে ৰ’ৰ প্ৰতি ৷
ETV BHARAT
চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম
দেশৰ প্ৰতি নিজৰ জীৱন উৰ্চগা কৰি পাকিস্তানলৈ যাত্ৰা কৰা এজন সাধাৰণ মানুহৰ জীৱনকেই প্ৰতিফলিত কৰিছে প্ৰায় আঢ়ৈ মিনিট দৈঘ্যৰ এই ট্ৰেইলাৰে ৷ উল্লেখ্য যে, ৰবি গ্ৰেৱালে পৰিচালনা কৰা ছবি ৰোমিও আকবৰ ৱাল্টাৰ মুক্তি পাব অহা 5 এপ্ৰিলত ৷

Intro:Body:

চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম

নিউজ ডেস্ক, 5 মাৰ্চঃ আপোনাৰ প্ৰিয় অভিনেতা জন আব্ৰাহাম যাব পাকিস্তানলৈ৷ পিচে কোনো ছবিৰ শ্বুটিঙ অথবা ভ্ৰমণৰ উদ্দেশ্যে নহয় এইবাৰ ভাৰতীয় চোৰাংচোৱা হৈ পাকিস্তানলৈ যাব বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম ৷ কেতিয়াবা যদি ৰোমিও কেতিয়াবা আকবৰ আৰু কেতিয়াবা আকৌ ৱাল্টাৰ ৰূপে চোৰাংচোৱাগিৰি চলাব পাকিস্তানত ৷ 

অৱশ্যে বলীউডৰ এইজন ফিটেড অভিনেতাই প্ৰকৃততে পাকিস্তানলৈ কিয় চোৰাংচোৱা হিচাপে যাব সেইয়া জানিবলৈ আপুনি চাব লাগিব জন আব্ৰাহাম অভিনীত নতুন ছবি ৰোমিও আকবৰ ৱাল্টাৰ অৰ্থাৎ ৰ’ ৷ 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ পটভূমিত নিৰ্মিত ছবিখনত ভাৰতীয় চোৰাংচোৱা বাহিনীৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিব অভিনেতা আব্ৰাহামে ৷ ইতিমধ্যে সোমবাৰে ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ লগে লগেই দৰ্শকৰ মাজত উৎকণ্ঠা বাঢ়িছে ৰ’ৰ প্ৰতি ৷ দেশৰ প্ৰতি নিজৰ জীৱন উৰ্চগা কৰি পাকিস্তানলৈ যাত্ৰা কৰা এজন সাধাৰণ মানুহৰ জীৱনকেই প্ৰতিফলিত কৰিছে প্ৰায় আঢ়ৈ মিনিট দৈঘ্যৰ এই ট্ৰেইলাৰে ৷ উল্লেখ্য যে, ৰবি গ্ৰেৱালে পৰিচালনা কৰা ছবি ৰোমিও আকবৰ ৱাল্টাৰ মুক্তি পাব অহা 5 এপ্ৰিলত ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.