ETV Bharat / sitara

বলিউডৰ ভাই-ভতিজাবাদ সন্দৰ্ভত মন্তব্য় বেংগলী অভিনেতা জিছু সেনগুপ্তাৰ

author img

By

Published : Jul 31, 2020, 3:16 PM IST

বৃহস্পতিবাৰে বলিউড বিগত কিছুমাহ পূৰ্বৰ পৰা চলি থকা ভাই-ভতিজাবাদ তথা শিল্প বৈষম্য সন্দৰ্ভত মত প্ৰকাশ অভিনেতা যিশু সেনগুপ্তাৰ । প্ৰায় এটা দশক পূৰ্বে যিশু সেনগুপ্তাক দুৰ্ভাগ্য অভিনেতা হিচাপে চিহ্নিত কৰিছিল বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়ে ।

জিছু সেনগুপ্তা
জিছু সেনগুপ্তা

নিউজ ডেস্ক,৩১ জুলাইঃ বেংগলী অভিনেতা যিশু সেনগুপ্তাই কয় যে,ফিল্ম ইণ্ড্ৰাষ্টিত কাম কৰিবলৈ কেৱল অভিনেতা-অভিনেত্ৰীৰ পুত্ৰ কন্যাৰ হোৱাৰ প্ৰতিভা তথা ভাগ্যৰ প্ৰয়োজন ।

জিছু সেনগুপ্তা
বলিউডৰ ভাই-ভতিজাবাদ সন্দৰ্ভত মন্তব্য় বেংগলী অভিনেতা জিছু সেনগুপ্তাৰ

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী বিদ্যা বালান অভিনীত শুকুন্তলা দেৱীত অভিনেত্ৰী গৰাকীৰ সহযোগী অভিনেতা যিশু বেংগলী ছবিজগতত সফলতা লাভ কৰাৰ পাচত বলিউডত খোজ পেলাই অভিনেতাজনে ।

অভিনেতা গৰাকীয়ে কয় যে,মই নাজানো লোকসকলে এই বিষয় সন্দৰ্ভত ইমান কিয় কথা কৈ আছে । বলিউড ফিল্ম ইণ্ড্ৰাষ্টীত ভাই-ভতিজাবাদ পূৰ্বৰ পৰাই আছিল । মোৰ কন্যাই ইতিমধ্যে এখন ছবি কৰিছে । যদিও তাইৰ বয়স কম কিন্তু তাই এগৰাকী সুদক্ষ অভিনেত্ৰী। তাই অভিনয় কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব বিচাৰে । যদি মই তাইক এই ক্ষেত্ৰত সহায় কৰো তেন্তে কি এইটো ভুল ? যদি মই মোৰ ছোৱালীক সমৰ্থন কৰো আৰু তাইৰ লগত এখন ছবি কৰো তেন্তে সেইটো ভুল নহয় । মই নাভাবো এইটোত কিবা সমস্যা আছে । মই নাজানো এইটো ভাই-ভতিজাবাদ মই মোৰ দিশৰ পৰা মোৰ ছোৱালীজনীক সহায় কৰিছো । কিন্তু ইয়াত এটা কথা আছে তাই প্ৰতিভাৱান হ'ব লাগিব তথা তাই প্ৰমাণ কৰিব লাগিব যে তাই এগৰাকী ভাল অভিনেত্ৰী ।

আনহাতে,প্ৰায় এটা দশক পূৰ্বে যিশু সেনগুপ্তাক দুৰ্ভাগ্য অভিনেতা হিচাপে চিহ্নিত তথা নামকৰণ কৰিছিল বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়ে । কিন্তু তাৰ পাচতো অভিনেতা গৰাকীয়ে নিজৰ প্ৰচেষ্টাৰে আগবাঢ়িছে বুলি মত প্ৰকাশ কৰে। লগতে বলিউড ভাই-ভতিজাবাদ তথা শিল্প বৈষম্য পূৰ্বৰ পৰাই আছিল আৰু থাকিব বুলি মত প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে ।

লগতে চাওকঃ সাহিত্য মনিষী উপবন উদ্বোধন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.