ETV Bharat / sitara

মায়ানগৰীত জিলিকিছে এগৰাকী অসম সন্তান

শীঘ্ৰে বলিউডৰ ছবিত দেখা পাব অসম সন্তান জয় সিং ৰাজপুতক ৷ অহা দুই আগষ্টত মুক্তি পাবলগীয়া 'Jabariya Jodi' নামৰ ছবি খনত দেখা যাব অসমৰ সু-সন্তান জয় সিং ৰাজপুতক ।

author img

By

Published : Jul 28, 2019, 6:27 PM IST

পুনৰ বলিউডত জিলিকিল অসম সন্তান

গুৱাহাটী, 29 জুলাইঃ জীৱনৰ কঠোৰতম লক্ষ্যত উপনীত হ’বলৈ অপৰিহাৰ্য ধৈৰ্য আৰু মানসিক উদ‍্যম । এই প্ৰবল মানসিকতাৰে পুনৰ মায়ানগৰীত জিলিকিছে এগৰাকী অসম সন্তান।

পুনৰ বলিউডত জিলিকিল অসম সন্তান

শীঘ্ৰে বলিউডৰ ছবিত দেখা পাব অসম সন্তান জয় সিং ৰাজপুতক । 2 আগষ্টত মুক্তি পাবলগীয়া 'Jabariya Jodi' নামৰ ছবি খনত দেখা যাব জয় সিং ৰাজপুতক । ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ছবি খনৰ কাম ৷ গুৱাহাটীৰ বাসিন্দা জয়ে অভিনয় কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে । একশ্যন, ৰোমাঞ্চৰে পৰিপূৰ্ণ ছবিখনৰ পৰিচালনা প্ৰশান্ত সিং আৰু প্ৰযোজনা একতা কাপোৰৰ । ইয়াৰ পূৰ্বে জয় সিং ৰাজপুতে কেবাখনো বলিউডৰ ছবিত অভিনয় কৰিছে । অসম সন্তান গৰাকীৰ বলিউডৰ এই জয়যাত্ৰালৈ ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল অলেখ শুভকামনা ৷

Intro:বলীউডত অসমীয়া সন্তানৰ জয়যাত্ৰা। শীঘ্ৰে বলিউডৰ ছবিত দেখা পাব অসম সন্তান জয় সিং ৰাজপুতক।2 আগষ্টত মুক্তি পাব লগীয়া জবৰীয়া জড়ি নামৰ ছবি খনত দেখা যাব জয় সিং ৰাজপুতক। Body:ইতিমধ্যে ছবি খনৰ কাম সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ সন্তান জনৰ লগত অভিনয় কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পৰিণিতী চোপ্ৰা আৰু সিদ্ধাৰ্থ মালহোত্ৰা ।এশ্যন,ৰোমাঞ্চৰে পৰিপূৰ্ণ ছবিখন পৰিচালনা কৰিছে একতা কাপোৰ।Conclusion:।ইয়াৰ পূৰ্বে জয় সিং ৰাজপুতে বলীউডৰ ছবিত অভিনয় কৰিছে।অসম সন্তান জনৰ এই জয়যাত্ৰাত শুভেচ্ছা জ্ঞাপন কৰিছো etv ভাৰতৰ ফালৰ পৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.