ETV Bharat / sitara

Happy Birthday Rakhi Sawant : ৰাহুল গান্ধীৰে সৈতে বিয়াত বহিব বিচাৰিছিল ৰাখীয়ে

author img

By

Published : Nov 25, 2021, 9:37 AM IST

আজি ৰাখী সাৱন্তৰ জন্মদিন(Happy Birthday Rakhi Sawant) ৷ বলীউডৰ বহু বিতৰ্কিত তথা আইটেম গাৰ্লগৰাকীয়ে ভৰি দিলে 43 বছৰত ৷ ৰাখী সাৱন্তৰ প্ৰকৃত নাম হৈছে নীৰু ভেড়া ৷

Happy Birthday Rakhi Sawant
শুভ জন্মদিন ৰাখী সাৱন্ত

চিটাৰা ডেস্ক, 25 নৱেম্বৰ : বলীউডৰ বহু বিতৰ্কিত তথা জনপ্ৰিয় আইটেম গাৰ্ল ৰাখী সাৱন্ত(Happy Birthday Rakhi Sawant)ৰ আজি জন্মদিন ৷ 43 ভৰি দিলে ড্ৰামা কুইন হিচাপে খ্যাত ৰাখীয়ে ৷ প্ৰায়ে দেখা যায় বিতৰ্কিত মন্তব্যৰে প্ৰায়ে সংবাদ শীৰ্ষত অৱস্থান কৰে ৰাখী সাৱন্তে ৷ 1978 চনৰ 25 নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল ৰাখীয়ে ৷

Happy Birthday Rakhi Sawant
শুভ জন্মদিন ৰাখী সাৱন্ত

এয়া হয়তো খুব কম লোকে জানে যে, ৰাখী সাৱন্তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰেম নিবেদন কৰি আহিছে ৷ তেওঁ ৰাহুলক ভালপায় বুলি দাবী কৰিলেও এয়া কিমানদূৰ সঁচা ষ্পষ্টকৈ ক’ব পৰা নাযায় ৷

Happy Birthday Rakhi Sawant
পৰম্পৰাগত সাজ-পাৰত ৰাখী

ৰাখী সাৱন্তৰ প্ৰকৃত নাম হৈছে নীৰু ভেড়া ৷ বলীউডত প্ৰৱেশৰ পূৰ্বে ৰাখীয়ে নিজৰ নাম সলনি কৰি ৰাখী সাৱন্ত হিচাপে জনাজাত হয় ৷ প্ৰকৃততে বলীউডত খোপনি পুতিবলৈ তথা কেৰিয়াৰত কোনো বাধা নাহক বুলিয়েই ৰাখীয়ে নাম সলনি কৰে ৷ বহু সময়ত ৰাখীয়ে যেতিয়া তেওঁৰ বয়স দহ বছৰ আছিল, দেশৰ প্ৰখ্যাত উদ্যোগপতি অনিল আৰু টিনা আম্বানীৰ বিয়াত প্ৰতিদিনে মাত্ৰ 50 টকাৰ বিনিময়ত আহাৰ পৰিৱেশন কৰা বুলিও দাবী কৰি আহিছে ৷ 2007 চনত এখন আলোচনীক দিয়া সাক্ষাৎকাৰৰ সময়ত ৰাখীয়ে এই কথা সদৰী কৰে ৷

Happy Birthday Rakhi Sawant
শিশু শিল্পীৰ সৈতে ৰাখী

ৰাখীয়ে জন্ম লাভ কৰা পৰিয়ালটোত তীব্ৰ আৰ্থিক সংকটে দেখা দিছিল ৷ যাৰ বাবে নিচেই কম বয়সৰ পৰা উপাৰ্জনৰ বাবে ৰাখীয়ে কাম কৰিব লগা হৈছিল ৷ ৰাখীৰ মাতৃয়ে এখন চিকিৎসালয়ৰ চাফাই কৰ্মী হিচাপে কাম কৰিছিল ৷ পৰিয়ালটোত বহু সময়ত খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱে দেখা দিছিল ৷ যাৰ বাবে বহু সময়ত লঘোণ দিবলগীয়া হৈছিল ৰাখীৰ পৰিয়ালে ৷ অৱশেষত বলীউডত আইটেম গাৰ্ল হিচাপে খোপনি পুতিবলৈ সক্ষম হোৱা ৰাখীক শেহতীয়াকৈ ৰিয়েলিটি শ্ব’ বিগ বছত দেখা গৈছিল ৷

লগতে চাওক: Mr and Mrs Mahi : পুনৰ একেখন স্ক্ৰীনতে দেখা যাব ৰাজকুমাৰ-জাহ্নৱীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.