ETV Bharat / sitara

এছিয়াৰ আবেদনময় পুৰুষৰ তালিকাৰ শীৰ্ষত জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশন ! - জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশন

ঋত্বিক ৰোশনলৈ এছিয়াৰ ভিতৰত এই দশকৰ আটাইতকৈ আবেদনময় পুৰুষৰ খিতাপ !ইউ.কে প'ল অনুযায়ী এছিয়াৰ ভিতৰত দশকটোৰ আটাইতকৈ আবেদনময় পুৰুষৰ খিতাপ অৰ্জন কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশনে ৷

sexiest Asian male
ঋত্বিক ৰোশন
author img

By

Published : Dec 5, 2019, 5:19 PM IST

চিটাৰা ডেস্ক,5 নৱেম্বৰঃ বুধবাৰে লণ্ডনত বলীউড তাৰকা ঋত্বিক ৰোশনক প্ৰদান কৰা হয় এক আকৰ্ষণীয় খিতাপ ৷ দশকটোৰ আটাইতকৈ আবেদনময় পুৰুষ হিচাপে নিৰ্বাচন কৰিছে ঋত্বিক ৰোশনক ৷ 45বছৰীয়া অভিনেতাগৰাকীক ব্ৰিটিশ নিউজ ৱিকলি ইষ্টাৰ্ণ আইৰ দ্বাৰা এছিয়াৰ সৰ্বশ্ৰেষ্ঠ আবেদনময় পুৰুষৰ খিতাপ প্ৰদান কৰা হয় ৷ পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা অনুৰাগীয়ে প্ৰদান কৰা ভোট অনুসৰি প্ৰস্তুত কৰা হৈছে এই বিশেষ তালিকা ৷ উল্লেখনীয়ভাৱে যোৱা দহটা বছৰৰ পৰা সমগ্ৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰি আহিছে অভিনেতাগৰাকীয়ে ৷

sexiest Asian male
জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশন

কিন্তু এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে উল্লেখ কৰে যে, তেওঁ কেতিয়াও লুক চাই মানুহ বিবেচনা নকৰে , লগতে তেওঁ নিজকো এনে বিষয়ক লৈ বিবেচনা নকৰে ৷ তেওঁৰ মতে "সৌন্দৰ্য মানে , কোনো ব্যক্তিৰ আকৰ্ষণীয় কথাটো হ'ল তেওঁৰ কাহিনী ,জীৱন যাত্ৰা, পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ ক্ষমতা ৷ হয়টো মোৰ চৰিত্ৰবোৰৰ বাবে মানুহে মোক এনেদৰে চাই বা অনুভৱ কৰে ৷ কিন্তু এই সকলোবোৰ মোৰ কামৰ এটি অংশ ৷ যাৰ বাবে মই যথেষ্ট কষ্ট আৰু প্ৰয়াস কৰোঁ ৷"

লগতে পঢ়কঃজে.জয়াললিতাঃ সৰল জয়াৰ পৰা 'দ্য আইৰণ লেডী' হোৱাৰ যাত্ৰা

Intro:Body:

Hrittik Roshan Got Asia's sexiest man award

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.