ETV Bharat / sitara

চপ্পকলৈ বিশেষ নিৰ্দেশনা দিল্লী উচ্চ ন্যায়ালয়ৰ - high court order

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চপ্পকত ক্ৰেডিট পাব লাগে অধিবক্তা অৰ্পণা ভাটে ৷ এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ ঘটনাত আদালতত প্ৰতিনিধিত্ব কৰিছিল অধিবক্তাগৰাকীয়ে ৷ ন্যায়াধীশ প্ৰতিভা এম সিঙৰ ৰায়, ছবিখনত সন্নিৱিষ্ট হ'ব লাগিব অধিবক্তাগৰাকীৰ নাম ৷অন্যথা 15 তাৰিখৰ ভিতৰত মাল্টিপ্লেক্স আৰু লাইভ স্ক্ৰীণত বন্ধ কৰা ছবিখনৰ প্ৰদৰ্শনী ৷

HC directs makers of 'Chhapaak' to give credit to acid attack survivor's lawyer
চপ্পকলৈ বিশেষ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ
author img

By

Published : Jan 11, 2020, 3:56 PM IST

Updated : Jan 11, 2020, 4:06 PM IST

চিটাৰা ডেস্ক,11 জানুৱাৰীঃ দীপিকা পাডুকন অভিনীত চপ্পক ছবিৰ নিৰ্মাতালৈ বিশেষ নিৰ্দেশনা দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ শেহতীয়াকৈ, অধিবক্তা অৰ্পণা ভাটক ছবিখনত সম্পূৰ্ণ ক্ৰেডিট দিবলৈ নিৰ্দেশনা প্ৰদান কৰে ন্যায়াধীশ প্ৰতিভা এম সিঙে ৷ অন্যথা 15 তাৰিখৰ ভিতৰত মাল্টিপ্লেক্স আৰু লাইভ স্ক্ৰীণত বন্ধ কৰা হ'ব ছবিখনৰ প্ৰদৰ্শনী ৷

শুকুৰবাৰে মুক্তি পোৱা ছবিখন ইতিমধ্যে বহুল ৰূপত চৰ্চিত হৈছে সমগ্ৰ দেশত ৷ এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ ওপৰত নিৰ্মিত ছবিখনত লক্ষ্মীৰ অধিবক্তাগৰাকীয়ে কোনোধৰণৰ ক্ৰেডিট নোপোৱাৰ বাবে গোচৰ ৰুজু কৰিছিল ছবি নিৰ্মাতাৰ ওপৰত ৷

আদালতত অৰ্পণা ভাটে জনোৱা অনুসৰি, বহু বছৰ ধৰি অৰ্পণাই লক্ষ্মী আগৰাৱালাৰ ঘটনাটোৰ প্ৰতিনিধিত্ব কৰি যথেষ্ট যুঁজ দিছিল ৷ কেৱল সেয়াই নহয় চপ্পক ছবিখন নিৰ্মাণৰ ক্ষেত্ৰটো তেওঁ যথেষ্ট সহায় কৰাৰ পিছতো ছবি নিৰ্মাতাই তেওঁক কোনোধৰণৰ ক্ৰেডিট দিয়া নাই ছবিখনত ৷

লগতে পঢ়কঃআইফা এৱাৰ্ডত সন্মানিত হ'ব দীপিকা পাডুকন

ZCZC
PRI ENT GEN LGL NAT
.NEWDELHI LGD2
DL-HC-CHHAPAAK
HC directs makers of 'Chhapaak' to give credit to acid attack survivor's lawyer
          New Delhi, Jan 11 (PTI) The Delhi High Court on Saturday directed the makers of Deepika Padukone-starrer 'Chhapaak' to give credit to a lawyer, who represented acid attack survivor Laxmi Agarwal on whose life the movie is based, for inputs she shared with them.
          Justice Prathiba M Singh said the changes be made in the movie slides in multiplexes by January 15.
          The court pronounced the order on a plea by Fox Star Studio, producer of the movie, challenging a trial court's Thursday order asking them to acknowledge the contribution of advocate Aparna Bhat.
          The film was released in theatres on Friday. PTI SKV HMP
SMN
SMN
01111118
NNNN
Last Updated : Jan 11, 2020, 4:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.