ETV Bharat / sitara

অস্কাৰলৈ ‘গালী বয়’!! - gully boy

‘গালী বয়’ হব 92তম একাডমী বটাঁৰ বাবে ভাৰতৰ অফিচিয়েল এণ্ট্ৰী ৷ ৰণৱীৰ সিং আৰু আলিয়া ভট অভিনিত ছবিখন ষ্ট্ৰীৰ ৰেপাৰৰ জীৱনৰ ওপৰত আধাৰ কৰি নিৰ্মান কৰা হৈছিল ৷

অস্কাৰলৈ ‘গালী বয়’!!
author img

By

Published : Sep 22, 2019, 12:31 AM IST

নেশ্যনেল ডেস্ক, 21 চেপ্তেম্বৰঃ জোয়া আখটাৰে পৰিচালনা কৰা ‘গালী বয়’ হ'ব 92 সংখ্যক একাডমী বটাঁৰ বাবে ভাৰতৰ অফিচিয়েল এণ্ট্ৰী ৷ ৰণৱীৰ সিং আৰু আলিয়া ভট অভিনীত ছবিখন ষ্ট্ৰীৰ ৰেপাৰৰ জীৱনৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছিল ৷ এই কথা ঘোষণা কৰে ছবিখনৰ প্ৰযোজক ফাৰহান আখটাৰে ৷ ছবিখনত ৰণৱীৰ সিং, আলিয়া ভটৰ উপৰিও অভিনয় কৰিছে কালকী কেকলা, চিদ্ধান্ত চতুৰ্বেদী আৰু বিজয় ৰাজে ৷

ইয়াৰ পূৰ্বেও ‘গালী বয়’য়ে শ্ৰেষ্ঠ এচিয়ান ছবিৰ বাবে NETPAC বঁটা লাভ কৰিছিল ৷ ইয়াৰ লগতে ‘গালী বয়’য়ে শ্ৰেষ্ঠ ছবিৰ বাবে আগষ্ট মাহত Indian Festival of Melbourneত বঁটা লাভ কৰিছিল ৷ আগন্তুক 2020 চনৰ 13 জানুৱাৰীত আস্কাৰলৈ মনোনীত হোৱা ছবিসমূহৰ চূড়ান্ত তালিকা ঘোষণা কৰা হ’ব আৰু 9 ফেব্ৰুৱাৰীত অস্কাৰ বটাঁ প্ৰদান কৰা হ’ব ৷

Intro:তেজপুৰ,২১ছেপ্টেম্বৰ: 1860 চনত আৰম্ভ হোৱা তেজপুৰ জাহাজ ঘাট যাক steamar ghat বুলি জনা যায়, ব্ৰিটিছ চৰকাৰৰ দিনত RSN ৰিভাৰ ছ ছক্ৰেন নেভিগেচন আৰু ইণ্ডিয়ান ছক্ৰেন নেভিগেচনৰ যৌথ প্ৰচেষ্টাত সাগৰীয় জাহাজ ব্ৰহ্মপুত্ৰৰ বুকুত তেজপুৰৰ এই জাহাজ ঘাটৰ পৰা বাংলাদেশৰ গুৱালণ্ড হৈ ইংলেণ্ড লাইভ মাল বস্তু পাৰ কৰিছিল ব্ৰিটিছ চৰকাৰে ।

Body:আনহাতে 1975 চনত TBR ট্ৰেইন চলাচল কৰিছিল তেজপুৰৰ জাহাজ ঘাটৰ কাষৰ এই ষ্টেছন ৰ পৰা light train তেজপুৰ- বালিপৰা-ৰঙাপাৰ হৈ । কিন্তু এই দয়োটা ঠাই তেজপুৰৰ ৰাইজে সংৰক্ষণ কৰাৰ লগতে পুনৰ ট্ৰেইন চলাৰ দাবী উত্থাপন কৰে তেজপুৰৰ বিশিষ্ট সোমাজসেৱক শান্তনু বৰুৱাই ।
Bite: শান্তনু বৰুৱা ।

Conclusion:assign story of Tezpur Jahaj ghat .

pranab Kumar Das
Tezpur
21/9/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.