ETV Bharat / sitara

Alia Bhatt birthday celebration: মালদ্বীপত কেনেদৰে জন্মদিন উদযাপন কৰিলে আলিয়াই ? - আলিয়াৰ জন্মদিন উদযাপন

বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটে মালদ্বীপত উদযাপন কৰিলে 29 বছৰীয়া জন্মদিন ৷ সামাজিক মাধ্যমত আলিয়াই পোষ্ট কৰিলে জন্মদিন উদযাপনৰ কিছুমান মূহুৰ্ত সামৰি এটা ভিডিঅ’ (Alia Bhatt birthday celebration) ৷ কি আছে ভিডিঅ’টোত চাওচোন আহক-

Alia Bhatt
মালদ্বীপত আলিয়া
author img

By

Published : Mar 16, 2022, 9:59 PM IST

চিটাৰা ডেস্ক, 16 মাৰ্চ : গংগুবাই কাথিয়াৱাড়ীৰ বৃহৎ সফলতাৰ পিছত আলিয়াই 15 মাৰ্চত মালদ্বীপত উদযাপন কৰিলে 29 বছৰীয়া জন্মদিন ৷ মাতৃ আৰু ভগ্নীৰ সৈতে মালদ্বীপত এইবাৰ জন্মদিন কিছু বিশেষকৈ উদযাপন কৰিলে আলিয়াই (Alia Bhatt birthday celebration) ৷

বুধবাৰে নিজৰ ইন্ষ্টাগ্ৰামত জন্মদিন উদযাপনৰ এটা ভিডিঅ’ পোষ্ট কৰিলে আলিয়াই (Alia in maldives) ৷ ভিডিঅ’টোত দিনটো সুন্দৰকৈ উদযাপন কৰা দেখা গ’ল আলিয়াক ৷ চাওঁক ভিডিঅ’টো ৷

আলিয়াৰ এই ভিডিঅ’টোত দেখা পোৱা এটা সৰু মৰম লগা বাৰ্তা য’ত লিখা আছিল "Happy birthday 8 I love you" ৷ বয়ফ্ৰেণ্ড ৰণবীৰে আলিয়ালৈ পঠালে ৰঙা গোলাপৰ থোপাৰ লগতে এই সৰু প্ৰেমৰ নোটটো ৷

Alia Bhatt
আলিয়ালৈ ৰণবীৰৰ উপহাৰ

আপোনালোকে ভাবিছে নিশ্চয় নোটটোৰ মাজত আকৌ 8 সংখ্যাটো কিয় আছে ! দৰাচলতে 8 ৰণবীৰ কাপুৰৰ লাকী নাম্বাৰ ৷ আলিয়াই জন্মদিন উদযাপন (Alia Bhat birthday) কৰি থকা সময়ত ৰণবীৰ তেওঁৰ আহিবলগীয়া ছবিৰ নৃত্যৰ ৰিহাৰ্ছেলত ব্যস্ত আছিল ৷

ৰণবীৰ আৰু আলিয়াক একেলগে আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত্ৰত দেখা পোৱা যাব ৷

লগতে পঢ়ক: Alia Bhatt Birthday : আলিয়ালৈ জন্মদিনৰ শুভেচ্ছা জনালে নীতু কাপুৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.