ETV Bharat / sitara

টুইটাৰযোগে কংগণাক আক্ৰমণ ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ

author img

By

Published : Sep 18, 2020, 11:58 AM IST

Updated : Sep 18, 2020, 2:19 PM IST

টুইটাৰত অভিনেত্ৰী কংগণা ৰাণাৱট আৰু বলিউড ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ কংগণাক লৈ ব্যংগাত্মক ঠাট্টা-মস্কৰা অনুৰাগ কাশ্যপৰ ৷

director Anurag Kashyap insulted Kangana Ranaut
কংগনাক আক্ৰমণ ছবি নিৰ্মাতা অনুৰাগ কাশ্য়পৰ

চিটাৰা ডেস্ক, 18 এপ্ৰিল: এইবাৰ অভিনেত্ৰী কংগণা ৰাণাৱটক চ’ছিয়েল মিডিয়াত কটাক্ষ কৰিছে বলিউড ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে ৷ টুইটাৰযোগে ছবি নিৰ্মাতা গৰাকীয়ে কংগণাক লৈ ব্যংগাত্মক ঠাট্টা-মস্কৰাৰ টুইট কৰা পৰিলক্ষিত হৈছে ৷

অনুৰাগ কাশ্যপৰ সমালোচনাত কংগণাই এইদৰে প্ৰত্যুত্তৰ দিয়ে, ‘‘ইয়াত সকলো বি-গ্ৰেড ফিল্ম নহয়, যে কলা-কুশলীসকলে সকলো কৰিব পাৰিব’’ ৷

কংগণা-অনুৰাগৰ মাজত চলা এই আক্ৰমণ-প্ৰত্যাক্ৰমণ আশ্চৰ্যজনক হৈ পৰে ৷ নিৰ্মাতা অনুৰাগ কাশ্যপে কংগণাক চীনৰ সৈতে যুদ্ধ কৰিবলৈ কোৱাত কংগণাই কয় যে, তেওঁ থকালৈকে ভাৰতে চিন্তা কৰাৰ কোনো কাৰণ নাই ৷

  • बस एक तू ही है बहन - इकलौती मणिकर्णिका । तू ना चार पाँच को ले के चढ़ जा चीन पे।देखो कितना अंदर तक घुस आए हैं । दिखा दे उनको भी कि जब तक तू है इस देश का कोई बाल भी बाँका नहीं कर सकता। तेरे घर से एक दिन का सफ़र है बस LAC का । जा शेरनी। जय हिंद । https://t.co/PZA6EFSKQj

    — Anurag Kashyap (@anuragkashyap72) September 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কংগণাই প্ৰত্যুত্তৰ দি কয় যে, ‘‘মই এগৰাকী যোদ্ধা, মই মোৰ মূৰ কটাবলৈ সাজু, কিন্তু মূৰ দুপিয়াবলৈ সাজু নহয় ৷ মই সদায় দেশৰ সন্মানৰ হকে মাত মাতিম ৷ মই সন্মান আৰু স্বাভিমানক বিশ্বাস কৰো, লগতে এক জাতিয়তাবাদী হিচাপে গৰ্বিত হৈ থাকিম’’ ৷

  • तेरी ज़िंदगी ही अब metaphor हो गयी है बहन।हर कही बात भी metaphor है।हर इल्ज़ाम metaphor है। इतना metaphor दे मारा है तुमने Twitter पे कि जनता,बेरोज़गारी generator को तुम्हारा dialogue राइटर कहने लग गयी है।जब की मुझसे अच्छा कोई नहीं जानता तुम कितना अच्छा improvise करती हो। https://t.co/1ibyhRfhks

অৱশেষত, অনুৰাগ কাশ্যপে কংগণাই মূৰ্খৰ নিচিনাকৈ কথা কোৱা বুলি কৈ মতানক্যৰ সামৰণি পেলায় ৷

লগতে পঢ়ক: BMCয়ে মোৰ সপোন, আত্মবিশ্বাস, আত্মসন্মান আৰু ভৱিষ্যতক বলৎকাৰ কৰিছে: কংগনা

Last Updated : Sep 18, 2020, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.