ETV Bharat / sitara

'ৰাধে-ইয়ৰ ম'ষ্ট ৱাণ্টেড ভাই'ত কি ভূমিকা পালন কৰিব গৌতম গুলাটিয়ে

author img

By

Published : Feb 28, 2021, 2:24 PM IST

ছলমান খান অভিনীত 'ৰাধে- ইয়ৰ ম'ষ্ট ৱাণ্টেড ভাই' ৰ মুক্তিৰ বাবে অপেক্ষাৰত গৌতম গুলাটি ৷ ছবিখনৰ কাম ভালদৰে সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিছে বিগ বছৰ পূৰ্ব প্ৰতিযোগী তথা অভিনেতা গৰাকীয়ে ৷

Ex-Bigg Boss contestant Gautam Gulati talks about his role in Radhe

চিটাৰা ডেস্ক,28 ফেব্ৰুৱাৰী: বিগ বছৰ পূৰ্ব প্ৰতিযোগী তথা অভিনেতা গৌতম গুলাটিক শুকুৰবাৰে পাপাৰাজিৰ এটা জিমৰ বাহিৰত প্ৰত্যক্ষ কৰা হয় ৷ ছলমান খান অভিনীত 'ৰাধে- ইয়ৰ ম'ষ্ট ৱাণ্টেড ভাই' ত তেওঁৰ ভূমিকা কি হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত অভিনেতা গৰাকীয়ে কয় যে, ছবিখনৰ কাম সঁচাকৈয়ে যথেষ্ট ভাল হৈছে আৰু তেওঁ ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে ৷

লগতে পঢ়ক: ছবিগৃহত চিনেমাৰ প্ৰদৰ্শনীয়ে উৎসুকতা উভতাই আনিব: গুলশন গ্ৰোভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.