চিটাৰা ডেস্ক, 7 মাৰ্চ: টেলিভিছনৰ ৰিয়েলিটী শ্ব’ ৰ তাৰকা দিব্যা আগৰৱাল আৰু বৰুণ সুদৰ চাৰিবছৰীয়া প্ৰেমৰ অন্ত পৰিল (Divya Varun breakup) ৷ এটা ৰিয়েলিটী শ্ব’ট প্ৰথমবাৰৰ বাবে লগ পাইছিল দুয়ো দুয়োকে ৷ তেতিয়াৰ পৰাই অন্তৰংগতা বাঢ়িছিল দিব্যা বৰুণৰ মাজত ৷
দেওবাৰে নিজৰ ইন্ষ্টাগ্ৰামত এটা দীঘল পোষ্টেৰে নিজৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰি দিব্যাই ক’লে যে সিদ্ধান্ত এটা লোৱাৰ বাবে সদায় এটা ডাঙৰ ষ্টেটমেন্ট বা কোনো ডাঙৰ কাৰণৰ প্ৰয়োজন নাথাকে ৷ তেওঁ আৰু বৰুণ সদায় ভাল বন্ধু হৈ থাকিব ৷
- " class="align-text-top noRightClick twitterSection" data="
">
বৰুণ সুদক এজন ভাল মানুহ হিচাপে গণ্য কৰি দিব্যাই কয় যে তেওঁৰ সৈতে কটোৱা প্ৰতিটো সুখৰ মূহুৰ্ত সদায় দিব্যাৰ মনত জীপাল হৈ ৰ’ব ৷ অনুৰাগীক তেওঁৰ এই সিদ্ধান্তৰ প্ৰতি সন্মান জনাবলৈ অনুৰোধ কৰে তাৰকা গৰাকীয়ে (Divya Varun split) ৷
-
Dare any one say anything about Varun’s character.. not every separation happens because of character!
— Divya Agarwal (@Divyakitweet) March 6, 2022 " class="align-text-top noRightClick twitterSection" data="
He is an honest man! It’s my decision to be alone no one has the right to speak anything rubbish !
It takes a lot of strength to take decisions like these in life !
Respect
">Dare any one say anything about Varun’s character.. not every separation happens because of character!
— Divya Agarwal (@Divyakitweet) March 6, 2022
He is an honest man! It’s my decision to be alone no one has the right to speak anything rubbish !
It takes a lot of strength to take decisions like these in life !
RespectDare any one say anything about Varun’s character.. not every separation happens because of character!
— Divya Agarwal (@Divyakitweet) March 6, 2022
He is an honest man! It’s my decision to be alone no one has the right to speak anything rubbish !
It takes a lot of strength to take decisions like these in life !
Respect
ব্ৰেকআপৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত বৰুণক সুদক লৈ সাংঘাতিক ধৰণে চৰ্চা আৰম্ভ হয় ৷ বৰুণৰ চৰিত্ৰৰ ওপৰত সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ একাংশই প্ৰশ্ন উত্থাপন কৰিলে ৷ সকলোকে একেমুখে উভতি ধৰি দিব্যাই মাত দিলে বৰুণৰ হৈ ৷ তেওঁক এজন সৎ মানুহ হিচাপে গণ্য কৰি সকলোকে সকীয়নী দিয়ে তেওঁৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন নুতুলিবলৈ ৷
- " class="align-text-top noRightClick twitterSection" data="
">
জনপ্ৰিয় এই যুঁটিৰ বিচ্ছেদে অনুৰাগীসকলক বিচলিত কৰি তুলিছে (Divya Agarwal Varun Sood breakup) ৷ 2018 বৰ্ষত দিব্যা বৰুণ প্ৰথমবাৰৰ বাবে সংস্পৰ্শলৈ আহিছিল (Divya Varun first meet) ৷
লগতে পঢ়ক: পাঠানৰ দৃশ্যগ্ৰহণৰ বাবে জন-দীপিকা সহ বাদশ্বাহৰ যাত্ৰা অশান্ত ইউৰোপলৈ