ETV Bharat / sitara

মুক্তি পালে দিল বেচাৰাৰ নতুন গীত খুলকে জীনে কা

author img

By

Published : Jul 19, 2020, 7:14 PM IST

মুক্তিৰ বাবে সাজু সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰা ৷ শেহতীয়াকৈ মুক্তি পালে দিল বেচাৰাৰ নতুন গীত খুলকে জীনে কা ৷ গীতটোত দেখা গ'ল সুশান্ত আৰু সঞ্জনাৰ ৰোমান্টিক কেমেষ্ট্ৰী ৷

Dil Becharas new song khulke jeene ka released
মুক্তি পালে দিল বেচাৰাৰ নতুন গীত খুলকে জীনে কা

চিটৰা ডেস্ক,19 জুলাইঃ মুক্তি পালে ছবি দিল বেচাৰাৰ নতুন গীত খুলকে জিনে কা ৷ এই গীতটোৰ সংগীত ব্যৱস্থাপনা এ.আৰ.ৰহমানৰ ৷ দেওবাৰে মুক্তি পোৱা ছবিখনৰ এই বিশেষ গীতটোত দেখা গৈছে সুশান্ত আৰু সঞ্জনাৰ ৰোমান্টিক কেমেষ্ট্ৰী ৷

অমিতাভ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এই গীতটোত কন্ঠদান কৰিছে অৰিজিৎ সিং আৰু শাশা নিৰুপতিয়ে ৷ এ.আৰ.ৰহমানে এই গীতৰ সুৰ লৈছে তামিল গীত কন্নিল অৰু থলী ৰ পৰা ৷ অৱশ্যে এতিয়ালৈ মুক্তি পোৱা নাই তামিল গীতটো ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে , বহু অপেক্ষাৰ অন্তত আৰু পাঁচ দিনৰ পিছত দৰ্শকৰ মাজলৈ আহি আছে মুকেশ ছাৱৰাৰ দ্বাৰা নিৰ্মিত সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি দিল বেচাৰা ৷

লগতে পঢ়কঃক'ভিড প্ৰভাৱঃছবি গংগুবাইৰ পৰা আঁতৰোৱা হ'ল অন্তৰংগ মূহুৰ্তৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.