ETV Bharat / sitara

দিল বেচাৰাৰ নতুন প'ষ্টাৰ মুকলি, কাইলৈ মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰ

author img

By

Published : Jul 5, 2020, 7:43 PM IST

মুকলি হ'ল সুশান্ত সিং ৰাজপুতৰ শেষৰ খন ছবি দিল বেচাৰাৰ নতুন প'ষ্টাৰ ৷ ইয়াৰ লগতে ছবি নিৰ্মাতাই জনাই যে সোমবাৰে মুক্তি পাব ছবিখনৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰটো ৷

dil bechara trailer to be out on july 6
দিল বেচাৰাৰ প'ষ্টাৰ মুকলি,কাইলৈ মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক,5জুলাইঃ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি চাবৰ বহু আশাৰে ৰৈ আছে অভিনেতা গৰাকীৰ অনুৰাগীসকল ৷ দেওবাৰে মুকলি হয় ছবিখনৰ এখন নতুন প'ষ্টাৰ ৷ প'ষ্টাৰ খন মুকলি কৰাৰ লগতে ছবি পৰিচালকে জনাইছে যে, 6 জুলাইত মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰটো ৷

ছবিখনৰ পৰিচালক মুকেশ ছাৱৰা আৰু অভিনেত্ৰী সঞ্জনা সাংঘীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টযোগে ছবিখনৰ নতুন প'ষ্টাৰখন শ্বেয়াৰ কৰে ৷ এইখিনিতে জনাই থওঁ যে, সঞ্জনাই দিল বেচাৰাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বলীউড জগতত পদাৰ্পণ কৰিছে ৷

উল্লেখ্য যে, অহা 24 জুলাইত মুক্তি পাব সকলোৰে প্ৰত্যাশিত সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি ৷

লগতে পঢ়কঃমাৰ্ডাৰ ছবিৰ বিবাদ সন্দৰ্ভত ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.