চিটাৰা ডেস্ক,8 জানুৱাৰীঃ দীপিকা পাডুকন অভিনীত ছবি চপ্পকৰ ট্ৰেইলাৰ মুক্তিৰ পিছত অভিনেত্ৰী কংগনা ৰাণাৱতক মনত পেলাই দিলে কিছু অপ্ৰিয় অতীতে ৷ চপ্পকৰ ট্ৰেইলাৰে কংগনা ৰাণাৱতক সোঁৱৰাই দিলে তেওঁৰ ভগ্নী ৰংগুলী চণ্ডেলৰ ওপৰত হোৱা এচিড আক্ৰমণৰ ঘটনা ৷ যি ঘটনাই সলনি কৰি দিয়ে ৰংগুলীৰ জীৱন ৷
-
The pain still lingers. Our family thanks team #chhapaak for a story that needs to be told! @deepikapadukone @meghnagulzar @foxstarhindi pic.twitter.com/drKN3i6GSP
— Rangoli Chandel (@Rangoli_A) January 8, 2020 " class="align-text-top noRightClick twitterSection" data="
">The pain still lingers. Our family thanks team #chhapaak for a story that needs to be told! @deepikapadukone @meghnagulzar @foxstarhindi pic.twitter.com/drKN3i6GSP
— Rangoli Chandel (@Rangoli_A) January 8, 2020The pain still lingers. Our family thanks team #chhapaak for a story that needs to be told! @deepikapadukone @meghnagulzar @foxstarhindi pic.twitter.com/drKN3i6GSP
— Rangoli Chandel (@Rangoli_A) January 8, 2020
ৰংগুলীয়ে নিজৰ টুইটাৰ একাউন্ট যোগে এটা ভিডিঅ' শ্বেয়াৰ কৰিলে য'ত কংগনাই চপ্পক ট্ৰেইলাৰ সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ " সেই যন্ত্ৰনাই এতিয়াও মৰ্মাহত কৰে ৷ আমাৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ টিম# chhapaak, এনেকুৱা কাহিনী প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ৷@Deepikapadukone @meghnagulzar @foxstarhindi" এইদৰে লিখি কংগনাৰ ভিডিঅ'টো টুইটাৰযোগে প্ৰকাশ কৰে ৰংগুলী চণ্ডেলে ৷ কংগনাই প্ৰাৰ্থনা আৰু আশা কৰে,নতুন বছৰত এচিড বিক্ৰী বন্ধ হ'ব আৰু সামাজিক স্থিতি আগতকৈ যথেষ্ট সুস্থিৰ হ'ব ৷