ETV Bharat / sitara

বিগ বি অমিতাভ বচ্চনৰ 78 সংখ্যক জন্মদিন বিশেষ

author img

By

Published : Oct 11, 2020, 6:00 PM IST

Updated : Oct 11, 2020, 6:55 PM IST

মেগাষ্টাৰ অমিতাভ বচ্চনৰ আজি 78 সংখ্যক জন্মদিন ৷ তেওঁৰ জন্মদিনৰ অসংখ্য অনুৰাগীৰ শুভেচ্ছা জ্ঞাপন ৷

Big B turns 78: Megastar shows no sign of slowing down
বিগ বি অমিতাভ বচ্চনৰ 78 সংখ্যক জন্মদিন বিশেষ

চিটাৰা ডেস্ক, 11 অক্টোবৰ : আজি মেগাষ্টাৰ বিগ বিৰ 78 সংখ্যক জন্মদিন ৷ জন্মদিনৰ দিনাখন অগণন অনুৰাগীয়ে চুপাৰষ্টাৰ গৰাকীক শুভেচ্ছা জ্ঞাপন কৰিলে ৷

অভিনয় জগতত প্ৰৱেশ কৰাৰ পৰাই অভিনেতা গৰাকীয়ে নিজৰ দক্ষ অভিনয়ৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে, অভিনেতা গৰাকীয়ে বহু কেইখন চুপাৰহিট ছবিত অভিনয় কৰিছে ৷

উল্লেখ্য যে, বিগ বি অমিতাভ বচ্চনৰ জন্ম 1942 চনৰ 11 অক্টোবৰ তাৰিখে হৈছিল ৷ বৰ্তমান তেওঁ বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ১৯৭০ ৰ পিচত তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই ভাৰতীয় চিনেমাৰ ইতিহাসৰ আটাইতকৈ বিশিষ্ট ব্যক্তিত্বত পৰিণত হৈছে বিগ বি

লগতে পঢ়ক : SI কাণ্ডৰ সৈতেও জড়িত বৰপেটাত গ্ৰেপ্তাৰ হোৱা ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাস

বৰ্তমানলৈ বিগ বিয়ে কেইবাটাও বঁটা লাভ কৰিছে যাৰ ভিতৰত আছে দাদা চাহেব ফাল্কে বঁটা, তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু 12 টা ফিল্মফেয়াৰ বঁটা । তেওঁৰ নাম হৈছে শ্ৰেষ্ঠ অভিনেতা ফিল্মফেয়াৰ বঁটাৰ ৰেকৰ্ড

অভিনয়ৰ উপৰিও বিগ বিয়ে ১৯৮৪ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত প্লেবেক গায়ক, ছবি নিৰ্মাতা, ভাৰতীয় সংসদৰ নিৰ্বাচিত সদস্য হিচাপে ভূমিকা পালন কৰিছেজনপ্ৰিয় শ্ব' "কৌন বনেগা কোৰোৰপতি" ত হ’ষ্টৰ ভূমিকা পালন কৰিছে অভিনেতা গৰাকীয়ে ।

বিগ বি গৰাকীয়ে অভিনেত্ৰী জয়া ভাদুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে । অমিতাভ বচ্চনে এতিয়াও পলিঅ' অভিযানৰ পিচত ধপাত প্ৰতিবন্ধক প্ৰকল্পৰ ওপৰত কাম কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : আজি ইটানগৰত অসম-অৰুণাচলৰ মুখ্য সচিব পৰ্যায়ৰ বৈঠক

Last Updated : Oct 11, 2020, 6:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.