ETV Bharat / sitara

বক্স অফিচত বিগ বি অভিনীত ছবি বদলাৰ সফলতা

এসপ্তাহৰ ভিতৰত ৩৪.৩৫ কোটি টকা অৰ্জন

author img

By

Published : Mar 15, 2019, 10:06 AM IST

বক্স অফিচত বিগ বি অভিনীত ছবি বদলাৰ সফলতা

নিউজ ডেক্স,১৫ মাৰ্চঃ অমিতাভ বচ্চন আৰু তাপসী পান্নু অভিনীত ছবি বদলাই বক্স অফিচত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে । মুক্তিৰ এসপ্তাহৰ ভিতৰতে ছবিখনে অৰ্জন কৰিছে৩৪.৩৫ কোটি টকা । চিত্ৰ সমালোচক তৰণ আদৰ্শই টুইটযোগে প্ৰকাশ কৰে যে , বদলা চলচ্চিত্ৰখনে এক শক্তিশালী খোপনি পুতিবলৈ সক্ষম হৈছে ।

ছবিখনে শুকুৰবাৰে৫.০৪কোটি টকা ,শনিবাৰে৮.৫৫কোটি টকা ,দেওবাৰে ৯.৬১কোটি টকা ,সোমবাৰে ৩.৭৫কোটি,মংগলবাৰে ৩.৮৫ কোটি টকা ,বুধবাৰে ৩.৫৫কোটি টকা অৰ্থাৎ এটা সপ্তাহৰ ভিতৰত সৰ্বমুঠ ৩৪.৩৫ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

BIG B STARRER FILM BADLA'S BOX OFFICE COLLECTION'
বক্স অফিচত বিগ বি অভিনীত ছবি বদলাৰ সফলতা

নিউজ ডেক্স,15 মাৰ্চঃ অমিতাভ বচ্চন আৰু তাপসী পন্নু অভিনীত ছবি বদলাই বক্স অফিচত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে । মুক্তিৰ এসপ্তাহৰ ভিতৰতে ছবিখনে অৰ্জন কৰিছে 34.35 কোটি টকা । চিত্ৰ সমালোচক তৰণ আদৰ্শই টুইটযোগে প্ৰকাশ কৰে যে , বদলা চলচ্চিত্ৰখনে এক শক্তিশালী খোপনি পুতিবলৈ সক্ষম হৈছে । 

ছবিখনে শুকুৰবাৰে 5.04কোটি টকা  ,শনিবাৰে 8.55 কোটি টকা ,দেওবাৰে 9.61 কোটি টকা ,সোমবাৰে 3.75কোটি,মংগলবাৰে 3.85 কোটি টকা ,বুধবাৰে 3.55 কোটি টকা অৰ্থাৎ এটা সপ্তাহৰ ভিতৰত সৰ্বমুঠ 34.35 কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷                                                                                                                                                                                                                                                                       
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.