ETV Bharat / sitara

জন আব্ৰাহাম অভিনীত 'বাটলা হাউছ'ৰ টিজাৰ মুকলি

author img

By

Published : Jul 7, 2019, 11:55 AM IST

২০০৮ চনৰ বিতৰ্কিত বাটলা হাউছ এনকাউন্টাৰ কাহানীৰ আধাৰত নিৰ্মান কৰা হৈছে ছবিখন । চলিত বৰ্ষৰে ১৫ আগষ্টত মুক্তি পাব বহু প্ৰতিক্ষীত ছবিখনে ।

জন আব্ৰাহাম অভিনীত বাটলা হাউছৰ টিজাৰ মুকলি

মুক্তিৰ লগে লগে ইউটিউবত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নিখিল আদৱানীৰ বাটলা হাউছৰ টিজাৰে । অভিনেতা জন আব্ৰাহাম আৰু প্ৰকাশ ৰাজ অভিনীত ৭ ছেকেণ্ডৰ টিজাৰটোত শুনা গৈছে বন্দুকৰ গুলিৰ শব্দৰ লগতে এনকাউন্টাৰৰ এটি । ছবিখনৰ মুখ্য চৰিত্ৰ আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ যাদৱৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা জন আব্ৰাহামে । ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছে ছৰিয়েল জগতৰ 'বুলবুল খ্যাত অভিনেত্ৰী ম্ৰুনাল ঠাকুৰে ।

উল্লেখযোগ্য য, ২০০৮ চনৰ ১৯ ছেপ্টেম্বৰত দিল্লী আৰক্ষীয়ে পশ্চিম দিল্লীৰ জামিয়া নগৰৰ বাটলাৰ এটা বাসগৃহত লুকাই থকা অৱস্থাত সন্দেহযুক্ত ইণ্ডিয়ান মুজাহিদিনৰ সদস্যৰ ওপৰত চলাইছিল 'অপাৰেছন বাটলা', এনকাউন্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ছহিদ হৈছিল এজন আৰক্ষী বিষয়া ৷ ছবিখনৰ আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা প্ৰকাশ ৰাজে ।

Intro:Body:

batla house

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.