ETV Bharat / sitara

হাস্পতালৰ পৰা অমিতাভ বচ্চনৰ টুইট - বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন

মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন ৷ তেওঁ হাস্পতালৰ পৰাই অনুৰাগীৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণ কৰে টুইট যোগে ৷

Amitabh Bachchan tweets from hospital, cautions fans against 6 'negative' traits
হাস্পতালৰ পৰা অমিতাভ বচ্চনৰ টুইট
author img

By

Published : Jul 16, 2020, 3:17 PM IST

চিটাৰা ডেস্ক,16জুলাইঃ মেগাষ্টাৰ অমিতাভ বচ্চন বৰ্তমান ভৰ্ত্তি হৈ আছে মুম্বাইৰ নানাৱতী হাস্পতালত ৷ বৃহস্পতিবাৰে তেওঁ টুইট যোগে এটা বিশেষ বাৰ্তা দিয়ে অনুৰাগীসকলক ৷ তেওঁ মানুহক নিজৰ ওপৰত আত্মনিয়োগ কৰিবলৈ কোৱাৰ লগতে নেতিবাচক চিন্তাধাৰা পৰিস্কাৰ কৰাৰ বাবে আহ্বান কৰিছে ৷

  • T 3595 -
    *ईर्ष्यी घृणी त्वसंतुष्ट: क्रोधनो नित्यशड्कितः।*
    *परभाग्योपजीवी च षडेते दुखभागिनः।।*

    सभी से ईर्ष्या, घृणा करने वाले, असंतोषी, क्रोधी, सदा संदेह करने वाले और पराये आसरे जीने वाले ये छः प्रकार के मनुष्य हमेशा दुखी रहते हैं। अतः यथा संभव इन प्रवृत्तियों से बचना चाहिए।

    — Amitabh Bachchan (@SrBachchan) July 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰথমে অভিনেতাগৰাকীয়ে সংস্কৃত ভাষাত প'ষ্টটো দিয়ে আৰু পিছত টুইট কৰি তাৰ অৰ্থ ভাঙনি কৰে ৷ বচ্চনে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে অনুৰাগীসকলক 6টা নকাৰাত্মক ধাৰণাৰ বিষয়ে সকিয়াই দিয়ে ৷ অসন্তুষ্টি,ক্ৰোধ,ইৰ্ষা,অৰুচি আৰু সন্দেহৰ দৰে ধাৰণাৰ কথা প্ৰকাশ কৰে বিগ বি বচ্চনে ৷

তেওঁ টুইট যোগে লিখে," যি সকল লোকে ইৰ্ষা,অৰুচি,অসন্তুষ্টি,ক্ৰোধ আৰু সকলো অন্য মানুহৰ প্ৰতি সন্দেহ ব্যক্ত কৰে,যি আনৰ পৰা সদায় আঁতৰত থাকে ,সেই সকল মানুহৰ জীৱন সদায় দুখৰ হয় ৷ সম্ভৱ হ'লে এনেধৰণৰ লক্ষণ থকা মানুহৰ পৰা নিজক বচাব ৷"

  • T 3595 (i) -
    They that express jealousy, they who ever dislike all others, who remain dissatisfied, angered, ever doubting .. those who live off others .. these 6 kinds of individuals shall remain filled with sadness .. whenever possible save ourselves from such trend setters ..

বিগত দিনত বিগ বিৰ উপৰিও তেওঁৰ পুত্ৰ তথা অভিনেতা অভিষেক বচ্চন,বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা বচ্চনৰ শৰীৰত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল ৷

সম্প্ৰতি অভিনেতা অভিষেক বচ্চন আৰু মেগাষ্টাৰ গৰাকী নানাৱতী হাস্পতালৰ আইচ'লেচন ৱাৰ্ডত থকাৰ বিপৰীতে ঐশ্বৰ্য আৰু আৰাধ্যা নিজ গৃহত হোম কোৱাৰেন্টাইন হৈ আছে ৷

লগতে পঢ়কঃ কৰ'ণা টেষ্ট কৰিবৰ বাবে অমান্তি হ'ল ৰেখা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.