ETV Bharat / sitara

যুৱ প্ৰতিভাক উদগনি জনালে অমিতাভ বচ্চনে

author img

By

Published : Jul 28, 2020, 5:12 PM IST

শেহতীয়াকৈ বিগ বি অমিতাভ বচ্চনে তেওঁৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে দুটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰে ৷ দুগৰাকী যুৱ প্ৰতিভাৰ প্ৰতিভা শ্বেয়াৰ কৰি উদগনি প্ৰদান কৰে মেগাষ্টাৰগৰাকীয়ে ৷

Amitabh Bachchan praises young talent playing mouth organ, shares video
যুৱ প্ৰতিভাক উদগনি জনালে অমিতাভ বচ্চনে

চিটাৰা ডেস্ক,28জুলাইঃ কৰ'ণা ভাইৰাছ সংক্ৰমণ হোৱাৰ বাবে মহানায়ক অমিতাভ বচ্চন সম্প্ৰতি ভৰ্ত্তি হৈ আছে মুম্বাইৰ নানাৱতী হাস্পতালত ৷ এই সময়খিনিত তেওঁ যথেষ্ট সক্ৰিয় হৈ আছে ছ'চিয়েল মিডিয়া ক্ষেত্ৰখনত ৷ ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ খবৰ দিয়াৰ লগতে প্ৰেৰণামূলক কবিতা শ্বেয়াৰ কৰি আছে অভিনেতাগৰাকীয়ে ৷ বিগ বিয়ে শেহতীয়াকৈ দুটা ভিডিঅ' শ্বেয়াৰ কৰিছে,যাৰ জৰিয়তে তেওঁ উদগনি জনাইছে দুগৰাকী যুৱ প্ৰতিভাক ৷

  • T 3607 - On a mouth organ never ever heard anything like this before ! अद्भुत, अद्भुत, अद्भुत !! pic.twitter.com/EGdtI1f5UA

    — Amitabh Bachchan (@SrBachchan) July 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ প্ৰকাশ কৰা এটা ভিডিঅ'ত এগৰাকী যুৱকে মাউথ অৰ্গেন বজাই থকা পৰিলক্ষিত হৈছে ৷ তেওঁ ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে," মই এনেকুৱা মাউথ অৰ্গেন প্ৰথমে কেতিয়াও শুনা নাছিলো..... অদ্ভুত,অদ্ভুত অদ্ভুত" ইয়াৰ লগতে তেওঁ অন্য এটা ভিডিঅ' শ্বেয়াৰ কৰিছে,য'ত দেখা গৈছে এগৰাকী যুৱতীয়ে কৰ্ণাটক আৰু পশ্চিমীয়া প'প মিশ্ৰণ পৰিৱেশন কৰিছে ৷

  • T 3605 - My music partner and dear friend sent me this .. I do not know who this is but I can just say “You are a very special talent, God bless you .. keep up the good work .. you have brightened my day in the Hospital like never before. Mixing Karnatak & Western pop.. amazing!" pic.twitter.com/9YfkXDopnP

    — Amitabh Bachchan (@SrBachchan) July 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে লিখিছে,"মোৰ এগৰাকী সংগীতৰ বন্ধুয়ে মোলৈ এই ভিডিঅ'টো পঠাইছে ৷ মই নাজানো তেওঁ কোন হয় কিন্তু ক'ব বিচাৰো,ছোৱালী তোমাৰ ওচৰত যথেষ্ট প্ৰতিভা আছে,ভগৱানে তোমাৰ ওপৰত কৃপা দৃষ্টি ৰাখক ৷ ভাল কাম কৰি যাবা ৷ তুমি মোৰ হাস্পতালৰ এই দিনটো উজ্জ্বল কৰি তুলিলা ৷ কৰ্ণাটক আৰু পশ্চিমীয়া প'প মিশ্ৰণ...অভূতপূৰ্ব ৷"

লগতে পঢ়কঃবলীউডৰ একচন ডিৰেক্টৰ পাৰভেজ খানৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.