চিটাৰা ডেস্ক, 14 জানুৱাৰী : অক্ষয় কুমাৰে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ অনুৰাগীসকলক যাচিলে মকৰ সংক্ৰান্তি শুভেচ্ছা ৷ শুভেচ্ছাৰ মাধ্যমেৰে অভিনেতা গৰাকীয়ে প্ৰেৰণ কৰিলে এটা সুন্দৰ বাৰ্তা ৷ মকৰ সংক্ৰান্তি উপলক্ষে চিলা উৰুওৱা দেখা গ’ল খিলাড়ী অক্ষয়ক ৷ পীচ ৰঙৰ চাৰ্ট আৰু নীলা জিনচেৰে এটা Cool Look দিছে অভিনেতাজনে ৷
অক্ষয়ৰ বাৰ্তাটো আছিল
“मीठे गुड़ में मिल गए तिल…
उड़ी पतंग और खिल गए दिल”
May #MakarSankranti bring new hope and joy in your lives. Bas vishwas ki dor pakad ke rakhna. 🙌
- " class="align-text-top noRightClick twitterSection" data="
">
Makar Sankranti is dedicated to Lord Surya (Sun God) and marks the sun's transit into Makara (Capricorn) raashi (zodiac sign). It marks the beginning of the harvest season when people worship new crops and share them with delight.
মকৰ সংক্ৰান্তিত সূৰ্য দেৱতাক প্ৰণাম কৰাৰ এক পৰম্পৰা আছে ৷ সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰে এই সংক্ৰান্তিত ৷ ইয়াক শস্য উৎপাদন কালৰ আৰম্ভণি হিচাপে গণ্য কৰা হয় ৷ মানুহে এতিয়াৰে পৰা নতুনকৈ কৃষিকৰ্ম আৰম্ভ কৰাৰ লগতে শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে কামনা কৰে ৷
লগতে পঢ়ক : ইন্দোৰত লোহৰী উদযাপন কৰিলে বিকী কেটৰিণাই