ETV Bharat / sitara

ৰাজস্থানত কৰমুক্ত হ'ল দীপিকাৰ ছবি চপ্পক - অভিনেত্ৰী দীপিকা পাডুকনৰ বহুল চৰ্চিত ছবি চপ্পক

ছট্টিশগড়, মধ্যপ্ৰদেশৰ পিছত ৰাজস্থানত কৰমুক্ত হ'ল দীপিকা পাডুকনৰ বহুল চৰ্চিত ছবি চপ্পক ৷ এই ছবিখন এচিড আক্ৰমণৰ বলি হোৱা যুৱতী লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত ৷

AFTER MADHYA PRADESH CHHAPAAK TAX FREE IN RAJASTHAN
ৰাজস্থানত কৰমুক্ত হ'ল দীপিকাৰ ছবি চপ্পক
author img

By

Published : Jan 11, 2020, 1:44 PM IST

চিটাৰা ডেস্ক, 11জানুৱাৰীঃ শুকুৰবাৰে মুক্তি পালে অভিনেত্ৰী দীপিকা পাডুকনৰ বহুল চৰ্চিত ছবি চপ্পক ৷ ইতিমধ্য দৰ্শকে ছবিখনক লৈ যথেষ্ট ভাল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইয়াৰ মাজতে ৰাজস্থান চৰকাৰে ছবিখন কৰমুক্ত কৰাৰ কথা ঘোষণা কৰে ৷ ৰাজস্থানৰ পূৰ্বে ছবিখন কৰমুক্ত বুলি ঘোষণা কৰিছিল মধ্যপ্ৰদেশ, ছট্টিশগড় আৰু পণ্ডিচেৰীত ৷

দীপিকা পাডুকনে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটীৰ ছাত্ৰসমাজক সমৰ্থন কৰিবৰ বাবে আগবাঢ়ি অহাৰ বাবেই একাংশ লোকে দীপিকাৰ চপ্পক ছবিখনৰ বিৰোধিতা কৰে ৷ ইফালে ইয়াৰ বিপৰীত দিশত কংগ্ৰেছে ছবিখনৰ প্ৰতি যথেষ্ট সমৰ্থন আগবঢ়ায় ৷

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অনিতা ভাদেলে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক চিঠিৰ জৰিয়তে ছবিখন কৰমুক্ত কৰাৰ দাবী উত্থাপন কৰে ৷ তেওঁ চিঠিৰ জৰিয়তে জনাইছিল যে, চপ্পক ছবিখন মহিলাৰ সামাজিক পৰিস্থিতিৰ লগত জড়িত ছবি ৷ ছবিখনৰ জৰিয়তে এচিড আক্ৰমণৰ বলি হোৱা যুৱতী তথা মহিলাসকলৰ পীড়া আৰু সংঘৰ্ষৰ কথা প্ৰতিফলিত কৰা হৈছে ৷

লগতে পঢ়কঃদিলীপ হীৰাক আৰু কি কি ক'লে শংকৰ মহাদেৱনে !!

Intro:दीपिका पादुकोण की फ़िल्म छपाक को लेकर देश की जनता दो भागों मे बट गई है...कांग्रेस शासित कुछ राज्यों मे तो फिल्म को टैक्स फ्री कर दिया गया... जिसमें मध्यप्रदेश भी शामिल है अब खबर है कि फ़िल्म की अभिनेत्री दीपिका पादुकोण को मध्यप्रदेश सरकार सम्मानित भी करेगी....जनसंपर्क मंत्री पीसी शर्मा ने इस बात की जानकारी देते हुए कहा कि मध्यप्रदेश मे इस बार आईफा आवर्ड होने जा रहा है...इस दौरान अभिनेत्री दीपिका पादुकोण को सम्मनित किया जाएगा....Body:तीन दिवसीय होने वाला आइफा अवार्ड 19 मार्च से शुरू होगा जो 21 मार्च तक चलेगा 19 मार्च को भोपाल मे होगा और 20 और 21 इंदौर मे आयोजन होगा...इस दौरान दीपिका पादुकोण का सरकार सम्मान करेगी....Conclusion:बता दे जेएनयू मे रविवार को हुए विवाद के बाद से प्रदर्शन चल रहा है औऱ इसी प्रदर्शन मे दीपिका पादुकोण शामिल होने पहुंची थी.... जिसके बाद से ही एक पक्ष उनका विरोध करने लगा था और फिल्म को बॉयकॉट करने की बात कह रहा था जिसके बाद कांग्रेस सरकारों ने फिल्म को टैक्स फ्री कर दिया...इस ऐलान के बाद कांग्रेसी और बीजेपी आमने-सामने हो गई है....

बाइट, पीसी शर्मा, जनसंपर्क मंत्री, मध्यप्रदेश सरकार
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.