ETV Bharat / sitara

এইবাৰ ডাঙৰ পৰ্দাত ভাৰতৰ আইনষ্টাইন

দেশৰ মহান গণিতজ্ঞৰ অন্যতম তথা ভাৰতৰ আইনষ্টাইন অভিহিত বশিষ্ঠ নাৰায়ণৰ জীৱন কাহিনী এইবাৰ ছবি আকাৰে নিৰ্মাণ কৰিব নীৰজ পাঠক, ফাৰহান আখটাৰ আৰু ৰীতেশ সিধৱানীয়ে ৷

a bollywood movie on India's Einstein
ডাঙৰ পৰ্দাত ভাৰতৰ আইনষ্টাইন
author img

By

Published : Dec 4, 2019, 4:18 PM IST

মু্ম্বাই,4 নৱেম্বৰঃ ফাৰহান আখটাৰৰ প্ৰডাকচনৰ বেনাৰত একচেল এন্টাৰটেইনমেন্টৰ সহযোগত নিৰ্মাণ হ'ব বিশ্বৰ প্ৰসিদ্ধ গণিতজ্ঞ স্বৰ্গীয় বশিষ্ঠ নাৰায়ণ সিঙৰ জীৱনৰ ওপৰত আধাৰিত ছবি "ভাৰত কে আইনষ্টাইন" ৷ চলচ্চিত্ৰ সমীক্ষক আৰু বাণিজ্য বিশ্লেষক তৰণ আদৰ্শই আগন্তুক এই প্ৰজেক্টৰ বিষয়ে জনাই তেওঁৰ টুইটাৰ একাউন্ট যোগে ৷

a bollywood movie on India's Einstein
বশিষ্ঠ নাৰায়ণ সিং

তেওঁ লিখিছে , "ভাৰতৰ গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ ওপৰত আধাৰিত জীৱন-কাহিনী, নীৰজ পাঠকৰ দ্বাৰা পৰিচালিত আৰু একচেল এন্টাৰটেইনমেন্টৰ দ্বাৰা প্ৰযোজিত ৷" গুমনামৰ দ্বাৰা অভিনীত, পৰিচালক নীৰজ পাঠক, ফাৰহান আখটাৰ আৰু ৰীতেশ সিধৱানীৰ দ্বাৰা পৰিচালিত হ'ব এই বিশেষ ছবিখন ৷ মঙলবাৰে ছবিখনৰ নিৰ্মাতাসকলে গণিতজ্ঞৰ পৰিয়ালবৰ্গৰ সৈতে ঘোষণা কৰে এই কথা ৷ পৰিচালকৰ মতে, এই ছবিখনে মহান গণিতজ্ঞগৰাকীৰ বাস্তৱিক জীৱনৰ চৰিত্ৰ সম্বন্ধে অনুভৱ কৰাব দৰ্শকক ৷ লগতে ছবিখনত অক্ষয় কুমাৰ আৰু আমিৰ খানে অভিনয় কৰাৰ সম্ভাৱনাও প্ৰকট হৈছে ৷

a bollywood movie on India's Einstein
বশিষ্ঠ নাৰায়ণ সিং

গণিতজ্ঞগৰাকীৰ জীৱন কাহিনী লিখিবৰ বাবে বিহাৰৰ বসন্তপুৰ গাঁৱলৈ যোৱা দুটা বছৰ ধৰি মাজে মাজে গৈ থাকিব লগা হোৱাৰ কথাও প্ৰকাশ কৰে পৰিচালক নীৰজ পাঠকে ৷

  • #Update: Biopic on #Indian mathematician Vashistha Narayan Singh announced... Directed by Neeraj Pathak... Produced by Excel Entertainment.

    — taran adarsh (@taran_adarsh) December 3, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ ১৫ ডিচেম্বৰত গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী

Intro:Body:

Movie on Indian Einstein 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.