ETV Bharat / sitara

ৰণবীৰ আলিয়ালৈ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান

ঘোষণা হ'ল ৬৪সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড , শ্ৰীদেৱীলৈ মৰণোত্তৰভাৱে জীৱনজোৰা সাধনা বঁটা

author img

By

Published : Mar 24, 2019, 3:06 PM IST

ঘোষণা হ'ল ৬৪সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড

মুম্বাই,২৪মাৰ্চঃ সদ্য ঘোষিত ৬৪ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টলৈ সঞ্জু আৰু ৰাজী চলচ্চিত্ৰৰ বাবে বিশেষ সন্মান প্ৰদান । সমান্তৰালভাৱে আয়ুষ্মান খুৰাণা অভিনীত আন্ধা ধুনেও অৰ্জন কৰে বিশেষ সন্মান ।ৰণবীৰ কাপুৰে সঞ্জু চলচ্চিত্ৰৰ বাবে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰাৰ বিপৰীতে আলিয়া ভাট্টে ৰাজী চলচ্চিত্ৰৰ বাবে লাভ কৰে সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ।

ETV_BHARAT_ASSAM
ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্ট
সেইদৰে আলোচক (ক্ৰিটিকচ) এৱাৰ্ডৰ ক্ষেত্ৰত পদ্মাৱতৰ বাবে ৰণবীৰ সিঙে আৰু আন্ধাধুনৰ বাবে আয়ুষ্মানখুৰাণাই লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ।
ETV_BHARAT_ASSAM
আন্ধাধুন
সেইদৰে বাধাই হো ৰ বাবে নীনা গুপ্তাই লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ।ইয়াৰোপৰি আন্ধাধুন চলচ্চিত্ৰখনে আলোচক (ক্ৰিটিকচ) শিতানত শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ স্ক্ৰীণ প্লে ,শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড আৰু শ্ৰেষ্ঠ সম্পাদনাৰ খিতাপ লাভ কৰে ।
ETV_BHARAT_ASSAM
আয়ুষ্মান খুৰানা

তলত বিজেতাসকলৰ সম্পূৰ্ণ তালিকা দাঙি ধৰা হ'লঃ

সৰ্বশ্ৰেষ্ঠ অভিনেতা -(popular)জনপ্ৰিয়ঃ ৰণবীৰ কাপুৰ -সঞ্জু

ETV_BHARAT_ASSAM
ৰণবীৰ কাপুৰলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী-(popular)জনপ্ৰিয়ঃআলিয়া ভাট - ৰাজী

ETV_BHARAT_ASSAM
আলিয়া ভাট্টলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

সৰ্বশ্ৰেষ্ঠ অভিনেতা ( critics) আলোচকঃ ৰণবীৰ সিঙ-পদ্মাৱত

আয়ুষ্মানখুৰাণা-আন্ধাধুন

সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী ( critics) আলোচকঃ নীনা গুপ্তা-বাধাই হো

সৰ্বশ্ৰেষ্ঠ পৰিচালক -মেঘনা গুলজাৰ -ৰাজী

সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ (popular)জনপ্ৰিয়ঃ ৰাজী

সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ ( critics) আলোচকঃ আন্ধাধুন

সহায়ক ভূমিকাত শ্ৰেষ্ঠ অভিনেতাঃ গজৰাজ ৰাও -বাধাই হো

বিকি কৌশল -সঞ্জু

সহায়ক ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰীঃ চুৰেখা চিখ্ৰী-বাধাই হো

শ্ৰেষ্ঠ মূল কাহিনী- মুল্ক (অনুভৱ সিনহা)

শ্ৰেষ্ঠ সংলাপ- অক্সট ঘিলদিয়াল -বাধাই হো

শ্ৰেষ্ঠ স্ক্ৰীণ প্লে- আন্ধাধুন

জীৱনযোৰা সফলতা বঁটা- শ্ৰী দেৱী

নতুন প্ৰৱেশ শ্ৰেষ্ঠ অভিনেতা(debut)-ইশান খাট্টাৰ -(বিঅনড ডা ক্লাউডচ)

নতুন প্ৰৱেশ শ্ৰেষ্ঠ অভিনেত্ৰী (debut)-চাৰা আলি খান (কেডাৰনাথ)

নতুন প্ৰৱেশ শ্ৰেষ্ঠ পৰিচালক -অমৰ কৌশিক (স্ত্ৰী)

শ্ৰেষ্ঠ একচন -বিক্ৰম দাহিয়া আৰু সুনীল ৰড্ৰীগুৱেজ-(মুক্কাবাজ)

শ্ৰেষ্ঠ সংগীত এলবাম -পদ্মাৱত(সঞ্জয় লীলা ভাঞ্চালী)

শ্ৰেষ্ঠ সংগীত ৰচনা - গুলজাৰ (এ ৱটন)-ৰাজী

শ্ৰেষ্ঠ প্লে বেক গায়ক-অৰিজিত সিং- (এ ৱটন)-ৰাজী

শ্ৰেষ্ঠ প্লে বেক গায়িকা-শ্ৰেয়া ঘোষাল -(ঘুমৰ)-পদ্মাৱত

ৰণবীৰ আলিয়াই আঁজুৰিলে উচ্চ পৰ্যায়ৰ সন্মান 

মুম্বাই, 24মাৰ্চঃ সদ্য ঘোষিত ৬৪ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টলৈ সঞ্জু আৰু ৰাজী চলচ্চিত্ৰৰ বাবে বিশেষ সন্মান প্ৰদান । সমান্তৰালভাৱে আয়ুচমান খুৰানা অভিনীত আন্ধা ধুনেও অৰ্জন কৰে বিশেষ সন্মান ।

ৰণবীৰ কাপুৰে সঞ্জু চলচ্চিত্ৰৰ বাবে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰাৰ বিপৰীতে আলিয়া ভাট্টে ৰাজী চলচ্চিত্ৰৰ বাবে লাভ কৰে  সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান । 
সেইদৰে আলোচক (ক্ৰিটিকচ)  এৱাৰ্ডৰ ক্ষেত্ৰত পদ্মাৱতৰ বাবে ৰণবীৰ সিঙে আৰু আন্ধাধুনৰ বাবে আয়ুচমানা খুৰানাই লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান । সেইদৰে বাঢাই হ'ৰ বাবে নীনা গুপ্তাই লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান । 

ইয়াৰোপৰি আন্ধাধুন চলচ্চিত্ৰখনে আলোচক (ক্ৰিটিকচ) শিতানত শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ
স্ক্ৰীণ প্লে ,শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড আৰু শ্ৰেষ্ঠ সম্পাদনাৰ খিতাপ লাভ কৰে  । 

তলত বিজেতাসকলৰ সম্পূৰ্ণ তালিকা দাঙি ধৰা হ'লঃ 
সৰ্বশ্ৰেষ্ঠ অভিনেতা -(popular)জনপ্ৰিয়ঃ ৰণবীৰ কাপুৰ -সঞ্জু 

সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী-(popular)জনপ্ৰিয়ঃআলিয়া ভাট - ৰাজী 

সৰ্বশ্ৰেষ্ঠ অভিনেতা ( critics) আলোচকঃ ৰণবীৰ সিঙ-পদ্মাৱত
আয়ুচমান খোৰানা -আন্ধাধুন
সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী ( critics) আলোচকঃ নীনা গুপ্তা-বাঢাই হ'
সৰ্বশ্ৰেষ্ঠ পৰিচালক -মেঘনা গুলজাৰ -ৰাজী 
সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ (popular)জনপ্ৰিয়ঃ ৰাজী
সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ  ( critics) আলোচকঃ আন্ধাধুন 
সহায়ক ভূমিকাত শ্ৰেষ্ঠ অভিনেতাঃ গজৰাজ ৰাও -বাঢাই হ'
বিকি কৌশল -সঞ্জু
সহায়ক ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰীঃ চুৰেখা চিখ্ৰী-বাঢাই হ'

 শ্ৰেষ্ঠ মূল কাহিনী- মুল্ক (অনুভৱ সিনহা)
 শ্ৰেষ্ঠ সংলাপ- অক্সট ঘিলদিয়াল -বাঢাই হ'
শ্ৰেষ্ঠ স্ক্ৰীণ প্লে- আন্ধাধুন
জীৱনযোৰা সফলতা বঁটা-  শ্ৰী দেৱী 
 নতুন প্ৰৱেশ শ্ৰেষ্ঠ অভিনেতা(debut)-ইশান খাট্টাৰ -(বিঅনড ডা ক্লাউডচ)
 নতুন প্ৰৱেশ শ্ৰেষ্ঠ  অভিনেত্ৰী (debut)-চাৰা আলি খান (কেডাৰনাথ)
 নতুন প্ৰৱেশ শ্ৰেষ্ঠ  পৰিচালক -অমৰ কৌশিক (স্ত্ৰী)
শ্ৰেষ্ঠ একচন -বিক্ৰম দাহিয়া আৰু সুনীল ৰড্ৰীগুৱেজ-(মুক্কাবাজ)
শ্ৰেষ্ঠ সংগীত এলবাম -পদ্মাৱত(সঞ্জয় লীলা ভাঞ্চালী) 
শ্ৰেষ্ঠ সংগীত ৰচনা - গুলজাৰ (এ ৱটন)-ৰাজী
শ্ৰেষ্ঠ প্লে বেক গায়ক-অৰিজিত সিং-  (এ ৱটন)-ৰাজী
শ্ৰেষ্ঠ প্লে বেক গায়িকা-শ্ৰেয়া ঘোষাল -(ঘুমৰ)-পদ্মাৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.