ETV Bharat / science-and-technology

Twitter users jump to Mastodon: মাষ্ট’ড’নলৈ কিয় ঢাপলি মেলিছে টুইটাৰ ব্যৱহাৰকাৰী, কি এই মাষ্ট’ড’ন ? - মাষ্ট’ড’ন

এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতে একাংশ ব্যৱহাৰকাৰীয়ে এতিয়া বিকল্প প্লেটফৰ্মৰ সন্ধান কৰিছে । বহু ব্যৱহাৰকাৰীয়ে এতিয়া বাচনি কৰি লৈছে মাষ্ট’ড’ন । কিন্তু কি এই মাষ্ট’ড’ন ? জানো আহক

Twitter users are flocking to Mastodon but what is it
মাষ্ট’ড’নলৈ কিয় ঢাপলি মেলিছে টুইটাৰ ব্যৱহাৰকাৰী, কি এই মাষ্ট’ড’ন ?
author img

By

Published : Nov 7, 2022, 8:11 PM IST

নিউজ ডেস্ক, 11 নৱেম্বৰ: এলন মাস্কে টুইটাৰ(Elon Musk) ক্ৰয় কৰাৰ পিছতে একাংশ ব্যৱহাৰকাৰীয়ে এতিয়া বিকল্প প্লেটফৰ্মৰ সন্ধান কৰিছে । বহু ব্যৱহাৰকাৰীয়ে এতিয়া বাচনি কৰি লৈছে মাষ্ট’ড’ন(Twitter users are flocking to Mastodon) । কিন্তু কি এই মাষ্ট’ড’ন ?

ছচিয়েল নেটৱৰ্কে (Social networks) কয় যে, বৰ্তমান ইয়াৰ ৬,৫৫,০০০ৰো অধিক ব্যৱহাৰকাৰী আছে, বিগত সপ্তাহত অন্তৰ্ভুক্ত হৈছে ২,৩০,০০০ৰো অধিক ব্যৱহাৰকাৰী । সাধাৰণতে মাষ্ট’ড’ন টুইটাৰৰ দৰেই দেখাত ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিব পাৰে (যাক toots বুলি কোৱা হয়), যাৰ উত্তৰ দিব পাৰি, লাইক কৰিব পাৰি আৰু ৰিপ’ষ্ট কৰিব পাৰি আৰু এজনে আনজনক অনুসৰণ কৰিব পাৰি । বনেটৰ তলত অৱশ্যে ই পৃথক ধৰণে কাম কৰে(Twitter users jump to Mastodon) ।

ই নতুন ব্যৱহাৰকাৰীক আকৰ্ষণ কৰাৰ এটা কাৰণ, কিন্তু ইয়াৰ ফলত ছাইন আপ কৰাৰ বাবে কিছু বিভ্ৰান্তিৰো সৃষ্টি হয় । এই প্লেটফৰ্ম ৬ বছৰ পুৰণি, কিন্তু বৰ্তমান ইয়াৰ গতিবিধি অভূতপূৰ্ব ।

যেতিয়া আপুনি ছাইন আপ কৰিব তেতিয়া প্ৰথমে আপুনি ইয়াৰ ছাৰ্ভাৰ নিৰ্বাচন কৰিব লাগে । ইয়াত বহু ধৰণৰ থাকে আৰু থীমৰ ওপৰত আধাৰিত । কিছুমান দেশ, চহৰ বা ৰুচি অনুসৰি, যেনে ইউকে, সামাজিক, টেকন’লজী, গেমিং ইত্যাদি ।

লগতে পঢ়ক: Samsung new smartphone: শীঘ্ৰেই বজাৰত মুকলি হোৱাৰ দিশে Samsungৰ নতুন Galaxy S23

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.