ETV Bharat / science-and-technology

Instagram outage: বিশ্বৰ ভিন্ন প্ৰান্তত ইনষ্টাগ্ৰামত এই সমস্যাৰ সন্মুখীন হ'ল হাজাৰ হাজাৰ ব্যৱহাৰকাৰী

বৃহস্পতিবাৰে ভাৰতৰ লগতে বিশ্বৰ কেইবাটাও প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ব্যৱহাৰকাৰীয়ে ফটো শ্বেয়াৰিং এপ ইনষ্টাগ্ৰামত সমস্যাৰ সন্মূখীন হোৱাৰ অভিযোগ উত্থাপন কৰে(Instagram outage) ।

author img

By

Published : Oct 30, 2022, 10:40 PM IST

instagram outage instagram login problems instagram freezes on chrome
বিশ্বৰ ভিন্ন প্ৰান্তত ইনষ্টাগ্ৰামত এই সমস্যাৰ সন্মূখীন হ'ল হাজাৰ হাজাৰ ব্যৱহাৰকাৰী

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ: বৃহস্পতিবাৰে ভাৰতৰ লগতে বিশ্বৰ কেইবাটাও প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ব্যৱহাৰকাৰীয়ে ফটো শ্বেয়াৰিং এপ ইনষ্টাগ্ৰামত সমস্যাৰ সন্মূখীন হোৱাৰ অভিযোগ উত্থাপন কৰে । বিভিন্ন ৱেবছাইট আৰু সেৱাৰ অৱস্থাৰ বিষয়ে ব্যৱহাৰকাৰীক বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰা অনলাইন প্লেটফৰ্ম Downdetectorত বৃহস্পতিবাৰে ভাৰতৰ ৯০০ৰো অধিক ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামৰ সমস্যাৰ কথা জানিবলৈ দিয়ে(Instagram login problems)। ইয়াৰ পিছতে কেইবাজনো ব্যৱহাৰকাৰীয়ে মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰলৈ গৈ এই সমস্যাৰ বিষয়ে অৱগত কৰে ।

ইনষ্টাগ্ৰামে এটা টুইটত(Instagram said in a tweet) কয় যে, "গুগল ক্ৰ'ম ব্ৰাউজাৰ ব্যৱহাৰ কৰি ইনষ্টাগ্ৰাম ফ্ৰীজ হয়(Instagram freezes using Google Chrome) । ষ্ট'ৰী চোৱাত অসুবিধা হয় বা ব্যৱহাৰকাৰীৰ পেজ খুলিব নোৱাৰে । ই লোড হৈ থাকে ।" আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, "ইনষ্টাগ্ৰামৰ সকলো কাম কৰা বন্ধ হৈ পৰিছে । Forceয়ে cache বন্ধ কৰি দিলে । আনকি মই ফোনটো পুনৰ Restart কৰিলোঁ, এতিয়াও Stories চাব পৰা নাই, লগতে মেছেজৰো কোনো ৰিপ্লাই দিব পৰা নাই ।"

ডাউনডিটেক্টৰৰ প্ৰতিবেদনত প্ৰায় ৭:৩০ বজাত আউতটেজ(Instagram outage) হোৱাৰ বাতৰি পোৱা গৈছে । ৫০ শতাংশ ব্যৱহাৰকাৰীয়ে ল'গইনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন (Instagram login problems)হোৱা বুলি কোৱাৰ বিপৰীতে ৩৩ শতাংশই চাৰ্ভাৰ সংযোগত সমস্যাৰ সন্মুখীন হোৱা বুলি কয় আৰু আন ১৭ শতাংশই এপটোৰ সৈতে সমস্যাৰ সন্মুখীন হোৱা বুলি অৱগত কৰে ।

লগতে পঢ়ক: Instagram Feature: ইনষ্টাগ্ৰামত ষ্ট’ৰী পোষ্ট কৰা সকললৈ সুখবৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.