ETV Bharat / science-and-technology

প্ৰথমবাৰলৈ চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত অৱতৰণ কৰিব চন্দ্ৰযান 2 - ইছৰো

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান 2ৱে ছেপ্তেম্বৰ মাহত নিৰ্দিষ্ট স্থানত অৱতৰণ কৰিব ৷চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত

ছেপ্তেম্বৰত চন্দ্ৰপৃষ্ঠৰ ছাউথ প'লাৰত অৱতৰণ কৰিব চন্দ্ৰযান 2য়
author img

By

Published : Aug 18, 2019, 3:30 PM IST

Updated : Feb 16, 2021, 7:51 PM IST

নিউজ ডেস্ক, 18 আগষ্টঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান 2ৱে ছেপ্তেম্বৰ মাহত নিৰ্দিষ্ট স্থানত অৱতৰণ কৰিব ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা অনুসৰি, ছেপ্তেম্বৰ মাহৰ 7 তাৰিখে চন্দ্ৰপৃষ্ঠৰ ছাউথ প'লাৰত অৱতৰণ কৰিব চন্দ্ৰযান দ্বিতীয় ৷

  • Hello! This is Chandrayaan 2 with a special update. I wanted to let everyone back home know that it has been an amazing journey for me so far and I am on course to land on the lunar south polar region on 7th September. To know where I am and what I'm doing, stay tuned! pic.twitter.com/qjtKoiSeon

    — ISRO (@isro) August 17, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতৰ স্বদেশীয় চন্দ্ৰযান মিছনৰ অংশস্বৰূপে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত অৱতৰণ কৰিব ৷ ইয়াৰ পূৰ্বেই কোনো দেশেই চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত উপস্থিত হ'বলৈ সক্ষম হোৱা নাই ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিচতেই ভাৰতেই হ'ব বিশ্বৰ চতুৰ্থখন দেশ যিয়ে চন্দ্ৰপৃষ্ঠত মিহি অৱতৰণ কৰিবলৈ সক্ষম হ'ব ৷

বুধবাৰে চন্দ্ৰযান দ্বিতীয়ই লুনাৰ ট্ৰানছফাৰ ট্ৰেজেক্টৰিত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশৰ বাবে আগষ্টৰ 20 তাৰিখত চন্দ্ৰযান দ্বিতীয়ৰ লিকুইড ইঞ্জিনক ফায়াৰ কৰা হ'ব বুলি প্ৰকাশ কৰিছে ইছৰোৱে ৷

Intro:Body:

ছেপ্তেম্বৰত চন্দ্ৰপৃষ্ঠৰ ছাউথ প'লাৰত অৱতৰণ কৰিব চন্দ্ৰযান 2য় 

ভাৰতীয় মহাকাশ গৱেষনা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান 2য় ছেপ্তেম্বৰ মাহত নিৰ্দিষ্ট স্থানত অৱতৰণ কৰিব ৷ ইছৰোৱে প্ৰকাশ কৰা অনুসৰি, ছেপ্তেম্বৰ মাহৰ 7 তাৰিখে চন্দ্ৰপৃষ্ঠৰ ছাউথ প'লাৰত অৱতৰণ কৰিব চন্দ্ৰযান দ্বিতীয়ই ৷ 

নিউজ ডেস্ক, 18 আগষ্টঃ ভাৰতীয় মহাকাশ গৱেষনা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান 2য় ছেপ্তেম্বৰ মাহত নিৰ্দিষ্ট স্থানত অৱতৰণ কৰিব ৷ ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই প্ৰকাশ কৰা অনুসৰি, ছেপ্তেম্বৰ মাহৰ 7 তাৰিখত চন্দ্ৰপৃষ্ঠৰ ছাউথ প'লাৰত অৱতৰণ কৰিব চন্দ্ৰযান দ্বিতীয়ই ৷ 

ভাৰতৰ স্বদেশীয় চন্দ্ৰযান মিছনৰ অংশস্বৰূপে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত অৱতৰণ কৰিব ৷ ইয়াৰ পূৰ্বেই কোনো দেশেই চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত উপস্থিত হ'বলৈ সক্ষম হোৱা নাই ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিচতেই ভাৰতেই হ'ব বিশ্বৰ চতুৰ্থখন দেশ যিয়ে চন্দ্ৰপৃষ্ঠত মিহি অৱতৰণ কৰিবলৈ সক্ষম হ'ব ৷ 

বিগত বুধবাৰে চন্দ্ৰযান দ্বিতীয়ই লুনাৰ ট্ৰানছফাৰ ট্ৰেজেক্টৰিত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশৰ বাবে আগষ্টৰ 20 তাৰিখত চন্দ্ৰযান দ্বিতীয়ৰ লিকুইড ইঞ্জিনক ফায়াৰ কৰা হ'ব বুলি প্ৰকাশ কৰিছে ইছৰোৱে ৷ আনহাতে শনিবাৰে ইছৰোৱে টুইটাৰযোগে টুইট কৰি অহা ছেপ্তেম্বৰ মাহত চন্দ্ৰযান 2য় ইয়াৰ নিৰ্ধাৰিত লক্ষ্যত অৱতৰণ কৰিবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰিছে ৷ 

Conclusion:
Last Updated : Feb 16, 2021, 7:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.