ETV Bharat / science-and-technology

Acerয়ে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ লঘু OLED লেপটপ

author img

By

Published : Oct 7, 2022, 8:59 PM IST

টাইৱানৰ হাৰ্ডৱেৰ আৰু ইলেক্ট্ৰনিকছ কোম্পানী Acerয়ে শুকুৰবাৰে মুকলি কৰে বিশ্বৰ আটাইতকৈ লঘু ১৬ ইঞ্চিৰ অ’এলইডি লেপটপ ‘ছুইফ্ট এজ’(16-inch OLED laptop titled 'Swift Edge)।

Acer launches world's lightest OLED laptop
Acerয়ে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ লঘু OLED লেপটপ

ইন্টাৰনেশ্যনেল ডেস্ক, 7 অক্টোবৰ: টাইৱানৰ হাৰ্ডৱেৰ আৰু ইলেক্ট্ৰনিকছ কোম্পানী Acerয়ে শুকুৰবাৰে মুকলি কৰে বিশ্বৰ আটাইতকৈ লঘু ১৬ ইঞ্চিৰ অ’এলইডি লেপটপ ‘ছুইফ্ট এজ’(16-inch OLED laptop titled 'Swift Edge)। চলিত মাহত আমেৰিকাত ১,৪৯৯.৯৯ ডলাৰত উপলব্ধ হ’ব এই Acer Swift Edge । ইয়াক উৎপাদনশীলতা আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰত আধুনিক হাইব্ৰিড কৰ্মশক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে(New acer laptop in market) ।

নতুন লেপটপটোত আছে AMD Ryzen PRO 6000 Series আৰু AMD Ryzen 6000 Series প্ৰচেছৰ । ইয়াত ক্ৰমান্বয়ে অত্যাধুনিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰক্ষা কৰাত সহায়ক হোৱাকৈ মাইক্ৰ’ছফ্ট প্লুটন নিৰাপত্তা প্ৰচেছৰ সজ্জিত কৰা হৈছিল(New acer lightweight laptop) । এছাৰ চুইফট এজত আছে 4K OLED ডিছপ্লে যিয়ে DCI-P3 ৰঙৰ গেমৰ ১০০ শতাংশ সমৰ্থন কৰে আৰু চিনেমা গ্ৰেডৰ ভিজুৱেলৰ বাবে ৫০০ নিটছ পিক ব্ৰাইটনেছ ।

১৬ ইঞ্চিৰ লঘু লেপটপটোৰ ওজন মাত্ৰ ১.১৭ কিলোগ্ৰাম আৰু উচ্চতা ১২.৯৫ মিলিমিটাৰ(World's lightest OLED laptop) । নতুন Acer লেপটপত আছে ‘VESA DisplayHD True Black 500’ আৰু ‘TUV Rheinland Eyesafe’ ডিছপ্লেৰ বাবে এটা বৰ্ধিত আৰু আৰামদায়ক দৰ্শন অভিজ্ঞতা লাভ কৰিব । ডিভাইচটোত হাই স্পীড বেতাঁৰ সংযোগ আৰু ফাইল শ্বেয়াৰিঙৰ বাবে ৱাই-ফাই ৬ই আছে ।

লগতে পঢ়ক : ভাৰতত iPhone-14 নিৰ্মাণে Appleৰ নিৰ্মাণ ক্ষমতাৰ পৰিপক্কতা দেখুৱাইছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.