ETV Bharat / lifestyle

হৃদৰোগ আৰু হাইড্ৰ'ক্সিক্ল'ৰ'কুইন - COVID-19 নিৰাময়

পূৰ্বে অধ্যয়নত প্ৰকাশ পাইছিল যে, মেলেৰিয়া প্ৰতিৰোধী ঔষধ হাইড্ৰ'ক্সিক্ল'ৰ'কুইন ব্যৱহাৰ কৰি COVID-19 নিৰাময় কৰিব পৰা যাব ৷ কিন্তু, এই ক্ষেত্ৰত অধ্যয়নৰ বিপৰীত দৃশ্যহে পৰিলক্ষিত হৈছে ৷

মেলেৰিয়া প্ৰতিৰোধী ঔষধ হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ ব্যৱহাৰ
হৃদৰোগ আৰু হাইড্ৰ'ক্সিক্ল'ৰ'কুইন
author img

By

Published : Apr 15, 2020, 11:34 PM IST

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : পূৰ্বে অধ্যয়নত প্ৰকাশ পাইছিল যে, মেলেৰিয়া প্ৰতিৰোধী ঔষধ হাইড্ৰ'ক্সিক্ল'ৰ'কুইন ব্যৱহাৰ কৰি COVID-19 নিৰাময় কৰিব পৰা যাব ৷ কিন্তু, এই ক্ষেত্ৰত অধ্যয়নৰ বিপৰীত দৃশ্যহে পৰিলক্ষিত হৈছে ৷

বৰ্তমানলৈকে এই ঔষধৰ পৰীক্ষণত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে যিহেতু ইয়াৰ ফলত জটিল হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ৷

ব্ৰাজিলৰ Tropical Medicine Foundation য়ে 440 জন কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ওপৰত এই পৰীক্ষণ চলাইছিল ৷ ইয়াৰ পাচতে ৰোগীকেইজনে দেহত বিষ অনুভৱ কৰাৰ লগতে অন্য লক্ষণ দেখুওৱা আৰম্ভ কৰিছিল ৷

এই পৰীক্ষণৰ জৰিয়তে HIV ৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হাইড্ৰ'ক্সিক্ল'ৰ'কুইন COVID-19 আৰোগ্য কৰিবৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব বুলিও কিছু তথ্য প্ৰকাশ ৷

হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ পাৰ্শ্চক্ৰিয়া -

*চাল ফটা

*দৃষ্টি শক্তি হ্ৰাস পোৱা

*কাঁহ

*প্ৰস্ৰাৱৰ ৰং সলনি হোৱা

*ডায়েৰিয়া

*উশাহত কষ্ট

*ঠাণ্ডা অথবা ঠাণ্ডা নলগাকৈ জ্বৰ হোৱা

*ভাগৰ অথবা দূৰ্বলতা অনুভৱ কৰা

*মূৰৰ বিষ

*চকু ৰঙা পৰা

*ঘাঁ, মুখ আৰু ওঠত বগা দাগ

*ডিঙি, হাত আৰু ভৰিৰ চাল-চলন কৰিবলৈ কষ্ট অনুভৱ

লক্ষণ -

*টোপনি ভাৱ

*শুকান মুখ

*ভোক কমি যোৱা

*অচেতনতা

এই ঔষধৰ পাৰ্শ্চক্ৰিয়াও বহুত আছে ৷ হঠাতে ই শৰীৰ দূৰ্বল নকৰিলেও ভৱিষ্যতে আক্ৰান্ত কৰাৰ সম্ভাৱনা অধিক ৷

এনেধৰণৰ পাৰ্শ্চক্ৰিয়াসমূহ হল -

*বমি হোৱা

*বেয়া সপোন দেখা

*হৃদৰোগ

*পেটৰ বিষ, ডায়েৰিয়া আৰু বমি

*মানসিক বিকাৰগ্ৰস্ততা, আত্মহত্যা ভাৱ জন্মোৱা

বহু সময় ধৰি হাইড্ৰ'ক্সিক্ল'ৰ'কুইন লাভ কৰিলে এজন ৰোগীৰ কি কি হ'ব পাৰে -

*ৰেটিনা ধংস হোৱা অথবা দৃষ্টিশক্তি হেৰুৱা

*হৃদৰোগ

*ডায়েবেটিছ

*পেটৰ বিষ আৰু অন্যান্য ৰোগ

*লিভাৰ আৰু কিডনী ৰোগ

*চালৰ ৰোগ

*মদ্যপান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.