নিউজ ডেস্ক, 15 মে’: ক’ভিড 19ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ প্ৰতিদিনে লাখ লাখ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে হাজাৰ হাজৰ লোকে এই মহামাৰীত প্ৰাণ হেৰুৱাইছে ৷
ক’ভিড ৰোগীৰ স্বাস্থ্যৰ যতনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ক’ভিড ৰোগীৰ স্বাস্থ্যৰ যতনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ক’ভিড ৰোগীৰ স্বাস্থ্যৰ যতনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ক’ভিড ৰোগীৰ স্বাস্থ্যৰ যতনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ক’ভিড ৰোগীৰ স্বাস্থ্যৰ যতনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ক’ভিড ৰোগীৰ স্বাস্থ্যৰ যতনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ক’ভিড ৰোগীৰ স্বাস্থ্যৰ যতনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ক’ভিড ৰোগীৰ স্বাস্থ্যৰ যতনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ক’ভিড ৰোগীৰ স্বাস্থ্যৰ যতনৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী ইয়াৰ মাজতে এআইজি হাস্পতালৰ চিকিৎসক ডাঃ নাগেশ্বৰ ৰেড্ডীয়ে এইক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া কিছু সাৱধানতাৰ লগতে কৰ’ণাত আক্ৰান্ত লোকে কনে ধৰণে নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত এই সন্দৰ্ভত ইটিভি ভাৰতক অৱগত কৰিছে ৷